সমললৈ যাওক

সঞ্চিতা ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সঞ্চিতা ভট্টাচাৰ্য

বাংলা ছবি মাছুমৰ প্ৰেছ বিজ্ঞপ্তিত সঞ্চিতা ভট্টাচাৰ্য & সঞ্জীৱ ৰাউত একেলগে।
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৯২ (৩৪ বছৰ)
কলকাতা, পশ্চিমবংগ, ভাৰত
পেচা প্লেবেক গায়িকা
সক্ৰিয় হৈ থকা সময় ২০০৬ চনৰ পৰা বৰ্তমানলৈকে
দাম্পত্যসঙ্গী অভিষেক গাৰ্গৰী (২০১৬)
আত্মীয়-স্বজন সৌম্য ভট্টাচাৰ্য (ভাতৃ)
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ ফিল্মী, পপ, ৰক, পশ্চিমীয়া, ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভজন, গজল
বাদ্যযন্ত্ৰ Vocals
লেবেল
  • য়ুনিভাৰ্ছেল মিউজিক
  • টাইমছ মিউজিক
  • ছনী মিউজিক
  • জী মিউজিক
  • টি চিৰিজ
  • সাৰেগামা
  • ভেনাচ

সঞ্চিতা ভট্টাচাৰ্য ( ইংৰাজী : Sanchita Bhattacharya; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, সুৰকাৰ আৰু টেলিভিছনৰ সৈতে জড়িত ব্যক্তি। তেওঁ ১৪ বছৰ বয়সত ছা ৰে গা মা পা লিটল চেম্পছত ৰাজহুৱা ভোটদানৰ দ্বাৰা জয়লাভ কৰা প্ৰথমগৰাকী মহিলা। তেওঁ ভাৰতীয় বিভিন্ন ভাষাৰ ছবি আৰু এলবামৰ বাবে গীত ৰেকৰ্ডিং কৰিছে।[1][2][3][4]

ডিস্ক’গ্ৰাফি

[সম্পাদনা কৰক]
মুক্তি নোপোৱা চলচ্চিত্ৰসমূহ চিহ্নিত কৰে
বৰ্ষ চলচ্চিত্ৰ গীত সংগীত পৰিচালক সহ-গায়ক(গায়িকা) টোকা
২০০৭বাল গণেশহাতী কা বল হ্যায়সমীৰ টেণ্ডনএককহিন্দী
২০০৮মিথ্যা (চলচ্চিত্ৰ)জৰা জৰাসাগৰ দেশাইএকক
২০১৩য়মলা পাগলা দিৱানা 2য়মলা পাগলা দিৱানাশাৰিব-তোচিসুখৱিন্দৰ সিং, শংকৰ মহাদেৱান, ৰাহুল শেঠ
সাদী দাৰু দা পানী (YPD সংস্কৰণ)তোচি ছাব্ৰী, ৰাহুল শেঠ
কৃষ্ণৰুপাজয় জয় কৃষ্ণৰূপা ৰমনএকক
শ্ৰীনাথজী দৰ্শনঅন্বেষা, শ্ৰাবণী চৌধুৰী
২০১৪কাঁচি: দ্য আনব্ৰেকেবলকশম্পাইছমাইল দৰবাৰঅন্বেষা আৰু সুভাষ ঘাই
কম্বল কে নীচেনীতি মহন, ঐশ্বৰ্য মজুমদাৰ
আদিয়ে আদিয়েএভ্ৰিল কুৱাড্ৰোছ
মাসুম (২০১৪ চলচ্চিত্ৰ)আজ থেকে তুমিসঞ্জীব সৰকাৰপ্ৰসেনজিত মল্লিকবাংলা
২০১৮পুৰুলিয়া এক্সপ্ৰেছ (এলবাম)এণ্টি-ভাইৰাছশুভম গাংগুলীৰাজ চক্ৰৱৰ্তী
দাঙ্গা: দ্য ৰায়টচল সনমসৌমিত্ৰ কুণ্ডুসুজয় ভৌমিক
সাগৰ মেৰে পাছ (এলবাম)সাগৰ মেৰে পাসপাৰ্থ ব্যানাৰ্জীপাৰ্থ ব্যানাৰ্জীহিন্দী
এণ্টি ভাইৰাছ (এলবাম)দ্য লাষ্ট ৱৰ্ডশুভম গাংগুলীএককবাংলা
মেম'ৰীৰাজ চক্ৰৱৰ্তী
ছাউণ্ড অফ বাংলাদেশ
পুৰুলিয়া এক্সপ্ৰেছ
18+
বাটাৰফ্লাই
বুঢ়ী
২০১৯ভুলতে পাৰিনি (এলবাম)ভুলতে পাৰিনিশান্তিৰাজ খোস্লাএকক
তুমি বিনা বন্ধু (এলবাম)তুমি বিনা বন্ধুবৈদ্যনাথ দাশশ্যাম পাল
ভোকাট্টাবুলাদি (আইটেম ছং)একক

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sa Re Ga Ma Pa winner Sanchita Bhattacharya to sing item number". India Today. 4 December 2006. http://indiatoday.intoday.in/story/sanchita-bhattacharya-winner-of-sa-re-ga-ma-pa-is-to-sing-in-film-mithiya/1/180144.html আহৰণ কৰা হৈছে: 2006-12-04.
  2. "Bengal's Sanchita is Li' Champ". The Telegraph. Archived from the original on 2006-11-10. https://web.archive.org/web/20061110084822/http://www.telegraphindia.com/1061029/asp/nation/story_6930560.asp.
  3. "The Tribune – Magazine section – Saturday Extra". The Tribune. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305021546/http://www.tribuneindia.com/2006/20061202/saturday/main1.htm আহৰণ কৰা হৈছে: 2006-12-02.
  4. "Bollywood break". 2006-11-23. Archived from the original on 2012-08-16. https://web.archive.org/web/20120816232641/http://www.hindu.com/thehindu/mp/2006/11/23/stories/2006112300760100.htm.