সতীশ চন্দ্ৰ বসুমতাৰী
অৱয়ব
| সতীশ চন্দ্ৰ বসুমতাৰী | |
|---|---|
| জন্ম | ১৬ নৱেম্বৰ, ১৯০১ ধুবুৰী, অসম, ভাৰতবৰ্ষ |
| মৃত্যু | ১৬ নৱেম্বৰ, ১৯৭৪ (৭৩ বছৰ) কোকৰাঝাৰ, অসম |
| পেচা | কবি, নাট্যকাৰ, সমাজকৰ্মী |
সতীশ চন্দ্ৰ বসুমতাৰী(ইংৰাজী: Satish Chandra Basumatary); এজন ভাৰতীয় বড়ো জনগোষ্ঠী কবি, নাট্যকাৰ, সমাজকৰ্মী। তেওঁ বড়ো সাহিত্য সভাৰ দ্বিতীয় সভাপতি আছিল। বডো সাহিত্যৰ নৱজাগৰণৰ যুগ আৰু বিবাৰ যুগৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। ১৯২৪ চনত প্ৰথম বড়ো আলোচনী বিবাৰৰ সম্পাদক কৰিছিল।[1][2]তেওঁক মৃত্যুৰ পিছত Mengnw Rwngwi Jwhwlao উপাধিৰে সন্মানিত কৰা হয়।
[1]
আৰম্ভণি জীৱন
[সম্পাদনা কৰক]১৯০১ চনৰ ১৬ নৱেম্বৰত ধুবুৰী জিলাৰ (বৰ্তমান কোকৰাঝাৰ) বালুকমাৰী গাঁৱত বড়ো জনগোষ্ঠী পৰিয়াল থান্দৰাম বসুমতাৰী আৰু খোৱলৌ বসুমতাৰীৰ ঘৰত জন্মগ্ৰহণ কৰে। ধুবুৰী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি পিছলৈ কটন বিশ্ববিদ্যালয়, গুৱাহাটীলৈ পঢ়িবলৈ যায়। তেওঁ ৭৩ বছৰ বয়সত ১৬ নৱেম্বৰ, ১৯৭৪ চনত কোকৰাঝাৰত শেষ নিশ্বাস ত্যাগ কৰে।
কাম
[সম্পাদনা কৰক]নাটক
- ৰাণী লাইমুতি (১৯২৪)
- নাইফিনজাইৱী
- বিখানী অৰ
- Dwrswn Jwhwlao (২০০৫)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Satish Chandra Basumatary (1901-1974)" Archived 2018-04-18 at the Wayback Machine Retrieved 9 May 2017
- ↑ "-泸州市餐饮管理客服中心". http://www.ciil-lisindia.net/Boro/Boro_lite.html.