সমললৈ যাওক

সতী সাবিত্ৰী (এইচ. এম. ৰেড্ডীৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সতী সাবিত্ৰী
পৰিচালক এইচ. এম. ৰেড্ডী
অভিনয়ত ভি. ভি. চুব্বা ৰাও
কণ্ঠমণি কন্যা
কে. এল. কান্থাম
হেম সিং
প্ৰযোজনা
কোম্পানী
ভাৰত মুভি টোন
মুক্তি
 ফেব্ৰুৱাৰী ১৯৩৩ (1933-02-04)
দেশ ভাৰত
ভাষা তেলুগু

সতী সাবিত্ৰী হৈছে ১৯৩৩ চনত এইচ. এম. ৰেড্ডীয়ে পৰিচালনা কৰা আৰু ভাৰত মুভি টোনৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় তেলেগু ভাষাৰ ছবি।[1] ১৯৩৩ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা[2] ছবিখনত অভিনয় কৰিছে ভি. ভি. চুব্বা ৰাও, কণ্ঠমণি কন্যা, কে এল কান্থাম আৰু এল ভি প্ৰসাদে।[3][4]

বম্বেত নিৰ্মিত সতী সাবিত্ৰীয়ে চি পুল্লায়াৰ পৰিচালনা আৰু কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীয়ে নিৰ্মিত একে নামৰ আন এখন ছবিৰ সৈতে প্ৰতিযোগিতাৰ সন্মুখীন হয়।[5] পুল্লাইয়াৰ সংস্কৰণটোৱে ডাঙৰ সফলতা লাভ কৰিলেও এইচ এম ৰেড্ডীৰ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল।[3][6]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

ছবিখনত যমৰ চৰিত্ৰত ভি ভি চুব্বা ৰাও আৰু সাবিত্ৰীৰ চৰিত্ৰত কণ্ঠমণি কন্যাই অভিনয় কৰিছে৷ লগতে কে এল কান্থাম, হেম সিং, এল ভি প্ৰসাদ আদিয়েও বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছিল৷[7][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rajadhyaksha, Ashish; Willemen, Paul (2014) (en ভাষাত). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 642. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&dq=savitri+H.+M.+Reddy&pg=PA642.
  2. Sati Savitri promotional poster, Telugu Wikipedia, https://te.wikipedia.org/wiki/%E0%B0%A6%E0%B0%B8%E0%B1%8D%E0%B0%A4%E0%B1%8D%E0%B0%B0%E0%B0%82:%E0%B0%B8%E0%B0%BE%E0%B0%B5%E0%B0%BF%E0%B0%A4%E0%B1%8D%E0%B0%B0%E0%B0%BF.jpg, আহৰণ কৰা হৈছে: 21 October 2024
  3. 1 2 3 Narasimham, M. L. (7 November 2010). "Sati Savithri (1933)". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/article871376.ece.
  4. "Sathi Savithri (H.M. Reddy) 1933". Indiancine.ma. https://indiancine.ma/BHL/info আহৰণ কৰা হৈছে: 21 October 2024.
  5. "Sathi Savithri (C. Pullaiah) 1933". Indiancine.ma. https://indiancine.ma/BHJ/info আহৰণ কৰা হৈছে: 21 October 2024.
  6. "65 ఏళ్ళ 'సతీ సావిత్రి'" (te-IN ভাষাত). NTV. 2022-01-12. https://ntvtelugu.com/movie-news/sathi-savitri-compleated-65-years-119583.html আহৰণ কৰা হৈছে: 2024-10-21.
  7. "Sati Savitri (1933)". Cinemaazi. Archived from the original on 30 November 2024. https://web.archive.org/web/20241130173404/https://cinemaazi.com/film/sati-savitri আহৰণ কৰা হৈছে: 21 October 2024.