সতী (চলচ্চিত্ৰ)
অৱয়ব
সতী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অপৰ্ণা সেন |
চিত্ৰনাট্য | অপৰ্ণা সেন অৰুণ বেনাৰ্জী |
কাহিনী | কমল কুমাৰ মজুমদাৰ |
প্ৰযোজক | NFDC |
অভিনয়ত | শাবানা আজমী |
চিত্ৰগ্ৰহণকাৰী | [অশোক মেহতা |
সম্পাদনা | শক্তিপদ ৰায় |
সংগীত পৰিচালক | চিদানন্দ দাসগুপ্ত চন্দন ৰায়চৌধুৰী |
মুক্তি |
২৩ নৱেম্বৰ ১৯৮৯(India) |
দৈৰ্ঘ্য |
১৪০ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
সতী (ইংৰাজী: Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। [1] ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব। ছবিখনত শ্বাবানা আজমী আৰু অৰুণ বেনাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। [2]
তেওঁৰ পূৰ্বৰ ছবি পৰমা (১৯৮৪)ৰ লগতে অপৰ্ণা সেন বঙালী চলচ্চিত্ৰৰ লৈংগিক বিষয়ত আৰু নাৰীবাদী দৃষ্টিভংগীৰ সন্ধান কৰা প্ৰথমগৰাকী মহিলা পৰিচালক হিচাপে পৰিগণিত হয়। [3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Gulzar, Govind Nihalani, Saibal Chatterjee (2003). Encyclopaedia of Hindi Cinema: historical record, the business and its future, narrative forms, analysis of the medium, milestones, biographies. Popular Prakashan. পৃষ্ঠা. 337. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC। আহৰণ কৰা হৈছে: 2009-01-10.
- ↑ "Aparna Sen Profile". Chaosmag, Indian Cinema Database. Archived from the original on 2015-06-22. https://web.archive.org/web/20150622123105/http://www.chaosmag.in/aparna.html। আহৰণ কৰা হৈছে: 2014-06-06.
- ↑ Nalini Natarajan; Emmanuel Sampath Nelson (1 January 1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃষ্ঠা. 420–. ISBN 978-0-313-28778-7. https://books.google.com/books?id=1lTnv6o-d_oC&pg=PA420.
- ↑ Geetha Ramanathan (1 January 2006). Feminist Auteurs: Reading Women's Films. Wallflower Press. পৃষ্ঠা. 110–. ISBN 978-1-904764-69-4. https://books.google.com/books?id=9QOXkTIkLZwC&pg=PA110.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Sati সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Sati (YouTube)