সত্যেন্দ্ৰনাথ ঠাকুৰ
সত্যেন্দ্ৰনাথ ঠাকুৰ | |
---|---|
সত্যেন্দ্ৰনাথ ঠাকুৰ | |
জন্ম | ১ জুন ১৮৪২ কলিকতা, বংগ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৯ জানুৱাৰী ১৯২৩
(বয়স ৮০) কলিকতা, বংগ, ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰতীয় |
শিক্ষানুষ্ঠান | প্ৰেচিডেন্সি কলেজ, কলিকতা[উদ্ধৃতিৰ প্ৰয়োজন] |
পেচা | অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাবিদ |
সংস্থা | ব্ৰাহ্ম সমাজ |
জনা যায় | আই চি এছ বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় (বৰ্তমান আই এ এছ বিষয়াৰ সমতুল্য), ভাৰতীয় নাৰীবাদী আন্দোলন |
দাম্পত্যসঙ্গী | জ্ঞানদানন্দিনী দেৱী |
সত্যেন্দ্ৰনাথ ঠাকুৰ (ইংৰাজী: Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।[1][2][3] তেওঁ ব্ৰাহ্ম সমাজৰ এগৰাকী সদস্য আছিল।[1][2]
জীৱনী
[সম্পাদনা কৰক]১৮৪২ চনৰ ১ জুন তাৰিখে, তেওঁ কলিকতাৰ জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালত মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু সাৰদা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পত্নীৰ নাম আছিল জ্ঞানদানন্দিনী দেৱী।[1][4] তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা আছিল ক্ৰমে সুৰেন্দ্ৰনাথ ঠাকুৰ আৰু ইন্দিৰা দেৱী চৌধুৰাণী। [2] তেওঁ আছিল প্ৰেচিডেন্সি কলেজৰ ছাত্ৰ। ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) প্ৰথমগৰাকী ভাৰতীয় বিষয়া। ১৮৬৪ চনত তেওঁ এই সেৱাত যোগদান কৰে।[1][2]
সাহিত্যিক কৰ্মৰাজি
[সম্পাদনা কৰক]- সুশিলা হে বীৰসিংহ
- বোম্বাই চিত্ৰ
- নবৰত্নমালা
- স্ত্ৰীস্বাধীনতা
- বৌদ্ধধৰ্ম
- অমৰ বাল্যকথা ও বোম্বাই প্ৰবাস
- ভাৰতবৰ্ষীয় ইংৰেজ
- ৰাজা ৰামমোহন ৰায়
- বীৰসিংহ
- আমাৰ বাল্যকথা
- আত্মকথা
- শ্ৰীমদ্ভাগৱতগীতা
তেওঁ বহু গীত ৰচনা কৰিছিল। তেওঁৰ দেশপ্ৰেমমূলক বঙালী ভাষাৰ গীত "মিলে সৱ ভাৰত সন্তান, একতান গাহ গান" (unite, India's children, sing in unison), যিয়ে ভাৰতৰ প্ৰথমটো জাতীয় সংগীতৰ মৰ্যাদা পাইছিল।[4]
মৃত্যু
[সম্পাদনা কৰক]১৯২৩ চনৰ ৯ জানুৱাৰীত কলিকতাত তেওঁৰ মৃত্যু হয়।[5][4]
বংশবৃক্ষ
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]- ঠাকুৰ পৰিয়াল
- ভাৰতীয় অসামৰিক সেৱাৰ ভাৰতীয় সদস্যসকলৰ তালিকা
- কলকাতা প্ৰেচিডেন্সিয়ানসকলৰ তালিকা
- হিন্দু মেলা
- বঙালী ভাষাৰ লেখকসকলৰ তালিকা (বৰ্ণানুক্ৰমিক)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Satyendranath Tagore (1842–1923); brother of Rabindranath" (en-GB ভাষাত). The Scottish Centre of Tagore Studies. 2019-02-05. https://scotstagore.org/satyendranath-tagore-1842-1923-brother-of-rabindranath-by-christine-kupfer/। আহৰণ কৰা হৈছে: 2022-01-30.
- ↑ 2.0 2.1 2.2 2.3 "Tagore, Satyendranath". Banglapedia. https://en.banglapedia.org/index.php/Tagore,_Satyendranath। আহৰণ কৰা হৈছে: 2022-01-30.
- ↑ "The Tagore women: A step ahead of their times" (en ভাষাত). The Daily Star. https://www.thedailystar.net/news/the-tagore-women-a-step-ahead-of-their-times.
- ↑ 4.0 4.1 4.2 "A special write up on Indian Author Satyendranath Tagore" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/patrika/a-special-write-up-on-indian-author-satyendranath-tagore-1.1074112। আহৰণ কৰা হৈছে: 2022-01-30.
- ↑ "The First Indian to Join the I.C.S. (Satyendranath Tagore Biography) - Free Online India" (en-US ভাষাত). 4 September 2016. Archived from the original on 2022-01-30. https://web.archive.org/web/20220130213624/https://www.freeonlineindia.in/first-joini-c-s-satyendranath-tagore/। আহৰণ কৰা হৈছে: 2022-01-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Satyendranath Tagore at Bengali wikisource
- https://indianmasterminds.com/features/tales-from-the-legends/satyendranath-tagore-the-first-indian-civil-servant/
- https://www.thebrahmosamaj.net/samajes/adibrahmosamaj.html
- https://iasbabuji.com/ias-ips-officers/satyendranath-tagore/ Archived 2022-12-09 at the Wayback Machine
- https://granthagara.com/writer/1854-satyendranath-tagore/