সদস্য:কপিল দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাম: কপিল দাস

জন্মস্থান: পূৰ্বৰ বৰপেটা জিলা(বৰ্তমান বাক্সা)ৰ বাৰাপেটা নামৰ এখনি গাওঁত ৷

জন্মৰ তাৰিখ- ১৯৯৬ চনৰ ২৩ এপ্ৰিল

শিক্ষা- বি. এইচ্ কলেজ, হাউলীত প্ৰাণীবিজ্ঞান বিভাগত স্নাতক অধন্যয়নৰত ৷

বিভিন্ন আৱোচনী/ কাকতত প্ৰকাশিত গল্প- অপ্ৰকাশ্য(২০১৪), অনুভৱৰ প্ৰান্তত এজোলোকা দুখ(২০১৪), সংযোগ:এক মধুৰ সম্পৰ্কৰ(২০১৫), এমুঠি ধুলিত জীৱনৰ উত্তাপ(২০১৫), অনুতপ্ত(২০১৬), অনাথ(২০১৬), বিধৱা(২০১৬), অসহায়(২০১৬) ইত্যাদি ৷

বিভিন্ন কাকত আলোচনীত প্ৰকাশিত কবিতা- সেই যে ল'ৰাজন(২০১৪), কবিৰ প্ৰেমৰ জুপুৰিটো(২০১৪), আত্মভাষ(২০১৪), মৰীচিকা (২০১৪), ক'ত হেৰাল মানৱতা(২০১৫), ভালপোৱাৰ পাঁচটা স্তৱক(২০১৬), ধনী মানুহবোৰ(২০১৬), ভালপোৱাৰ এটা স্তৱক(২০১৬), ফাগুণলৈ(২০১৬), এদিন তুমি আহিবা(২০১৬), কিয় প্ৰেমত পৰিব খুজিছে আপুনি(২০১৬) ইত্যাদি ৷