সমললৈ যাওক

সদস্য:কাৰুনা ফুকন্

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৰুনা ফুকনৰ্ জন্ম ১৯৯৩ চনৰ্ ২৩ মে তাৰিখে ডিব্ৰুগৰ জিলাৰ্ চাবুৱাত্ । পিতৃৰ নাম্ - খগেন্ ফুকন্ আৰু মাতৃৰ নাম্ আৰতি ফুকান্ । ২০০৯ চনত্ দেওঘৰিয়া উচ্চ মাধ্যমিক্ বিদ্যালয়ৰ্ পৰা মেত্ৰিক্ পাচ্ কৰি ২ বচৰৰ্ পাচত্ ২০১১ চনত্ তেঙাখাট উচ্চতৰ্ মাধ্যমিক্ বিদ্যাআলয়ৰ্ পৰা HSSLCE পাচ্ কৰে। বৰ্তমান্ কৰুনা ফুকন্ দুলিয়াজান্ মহাবিদ্যালয়ৰ্ ছাত্ৰ।