সদস্য:গৌতম দত্ত
অৱয়ব
নমস্কাৰ। মোৰ নাম গৌতম দত্ত। মোৰ ঘৰ শিৱসাগৰ জিলাৰ শিমলুগুৰিত। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গড়গাঁও মহাবিদ্যালয়ৰ পৰা অসমীয়া সন্মান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰোঁ। বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত এজন ছাত্ৰ।