সদস্য:ছাজিদুল ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাজিদুল ইছলাম সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম

মোৰ বিষয়েঃ মোৰ নাম ছাজিদুল ইছলাম। ঘৰ মঙ্গলদৈত। মোৰ হবি হৈছে তথ্য সম্বন্ধীয় লিখনি পঢ়া, ৱিকিপিডিয়া ফেচবুক ওয়াটিউবত সময় অতিবাহিত কৰা, ভ্ৰমণ কৰা। অসমীয়া ৱিকিপিডিয়াৰ লগত মই ২০১৫ চনৰ পৰা জড়িত।

লাভ কৰা বঁটা   বৰঙণি   সৃষ্টি কৰা প্ৰবন্ধ    
ছাজিদুল ইছলাম
নাম ছাজিদুল ইছলাম (ছাজিদ)
লিংগ পুৰুষ
জন্ম দিন 15 জানুৱাৰী
জন্ম স্থান মঙ্গলদৈ, অসম, ভাৰত
জাতীয়তা ভাৰতীয় ভাৰত, অসমীয়া মুছলিম,
“জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
শিক্ষা আৰু নিযুক্তি
বিশ্ববিদ্যালয় B.Sc (গুৱাহাটী বিশ্ববিদ্যালয়)
যোগাযোগ
ই-মেইল sajid2112@gmail.com
ফেইচবুক SAJIDUL ISLAM
This user comes from Assam.
এই সদস্যজন অসমৰ
এই সদস্যজন ৱিকিপিডিয়াত ৮ বছৰ, ৮ মাহ, আৰু ৬ দিন ধৰি আছে।