সদস্য:তুতুমণি
অৱয়ব
TUTUMONI GOGOI জন্ম স্থান শিৱসাগৰ জিলা বৰ্তমান চৰাইদেউ জিলা কলিয়ামটি ৰজাবাৰী গাঁও । ১৯৮৮ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১ তাৰিখ । পিতা শ্ৰী ভৰত গগৈ । মাতৃ শ্ৰী যুতা মীনা (চাংমাই) গগৈ । শিক্ষাগত অৰ্হতা স্নাতক(কলা)বিভাগ(২০১৫)(KKSHOU) ,অৰ্থনৈতিক । কৰ্ম সূত্ৰে ২০১১ চনৰ ৮ ফ্ৰেব্ৰুৱাৰীত ৬নং অসম আৰক্ষী বাহিনী কনিস্ঠবল পদত যোগদান । মুখ্য কাৰ্য্যলয় কাছাৰ জিলা (শিলচৰ)।