সদস্য:দেৱকান্ত বুঢ়াগোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰঝীয়া গাওঁ (ঘাগৰী গাওঁ): তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ চাপাখোৱাস্থিত অসামৰিক চিকিৎসালয়ৰ গাতে লাগি থকা গাওঁখনেই বৰঝীয়া গাওঁ । প্ৰবাদ আছে গাওঁখনৰ পূৱ সীমায়েদি বৈ যোৱা ঝীয়া নৈৰ পানী শীলনিত খোন্দা খাই হোৱা ঘাৰ ঘাৰ শব্দ বহু দুৰৈৰ পৰা শুনা পোৱা গৈছিল আৰু সেই বাবে মানুহৰ মুখে মুখে গাওঁখনৰ নাম ঘাগৰী হিচাপে পৰিচিত হয় । গাওঁৰ অধিকাংশ বাসিন্দাই মূলত কৃষিজীবি আৰু পশুপালনৰ সৈতে জড়ীত ।