সদস্য:নৰুনা বৰুৱা
অৱয়ব
মই নৰুনা বৰুৱা। অসমীয়া ৱিকিপিডিয়াত মই লিখা প্ৰথম প্ৰবন্ধটো হ'ল প্ৰভাত চন্দ্ৰ বৰুৱা।
| নাম | নৰুনা বৰুৱা/Naruna Baruah |
|---|---|
| জন্ম স্থান | তিনিচুকীয়া |
| বৰ্তমানৰ ঠিকনা | গৌৰীপুৰ |
| শিক্ষা আৰু নিযুক্তি | |
| শিক্ষা | স্নাতকোত্তৰ |
| যোগাযোগ | |
| ই-মেইল | narunabaruah@gmail.com |
মোৰ পুৰণি ৱিকিপিডিয়া একাউণ্টৰ পাছৱৰ্ড পাহৰি নতুন একাউণ্ট এটা খুলিলোঁ। পুৰণি একাউণ্টত লিখা লেখাবোৰ
বৰ্তমানৰ নতুন একাউণ্টৰ যোগেদি মই অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙনি
ৱিকিপিডিয়াৰ সদস্য হিচাপে মই লাভ কৰা স্বীকৃতি
[সম্পাদনা কৰক]- এই মাহৰ ৱিকিমিডিয়ান: মে' ২০২৬
- এই মাহৰ ৱিকিমিডিয়ান: জুন ২০২৬
- এই মাহৰ ৱিকিমিডিয়ান: নৱেম্বৰ ২০২৫
- ২০২৫ চনৰ ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ ৰ প্ৰথম স্থান লাভ কৰাৰ বাবে সোণালী বঁটা
- ২০২৪ চনৰ ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ তৃতীয় স্থান
- ২০২৫ চনৰ মহাত্মা গান্ধী এডিটাথন, ২০২৫ ৰ আয়োজক বঁটা
মই অংশগ্ৰহণ কৰা এডিটাথন সমূহ
[সম্পাদনা কৰক]অসমীয়া-নেপালি-বাংলা আন্তঃউইকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫
