সমললৈ যাওক

সদস্য:প্ৰিয়া বৈষ্ণৱ/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাশাৰপাৰা কালি মন্দিৰ

বইটামাৰী অঞ্চলৰ কাশাৰপাৰাত অৱস্থিত কালীমন্দিৰ অঞ্চলৰ এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ। অঞ্চলটোৰ জনসাধাৰণে এই মন্দিৰটোক দেৱীৰ জাগ্ৰত মন্দিৰ বুলি বিশ্বাস কৰে। এই মন্দিৰটোত বলিবিধানৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে।

প্ৰিয়ম বৈষ্ণৱ
জন্ম প্ৰিয়ম বৈষ্ণৱ
বঙাইগাঁও
ৰাষ্ট্ৰীয়তা India