সদস্য:বিভূতি মহন
অৱয়ব
নমস্কাৰ, মোৰ নাম বিভূতি মহন (ইংৰাজী : Bibhuti Mohan)। মই এগৰাকী ভাৰতীয় শিক্ষাৰ্থী তথা অসমীয়া ৱিকিপিডিয়ান। চৰাইদেউ জিলাৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত নাহৰতলি গাঁৱৰ কাকৱণীত মোৰ ঘৰ। ২০২৩ বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক আৰু ২০২৫ বৰ্ষত একেটা বিষয়তে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি বৰ্তমান মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছো। মোৰ পিতৃ বুদ্ধ মহন আৰু মাতৃ বন্দিতা মহন।
| বিভূতি মহন Bibhuti Mohan | |
|---|---|
| জন্ম | ১৬ ফেব্ৰুৱাৰী, ২০০৩ (২২ বছৰ) চৰাইদেউ, অসম, ভাৰত |
| ৰাষ্ট্ৰীয়তা | |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় কাকৱণী মধ্য ইংৰাজী বিদ্যালয় ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় চেপন মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় |
সৃষ্টি কৰা প্ৰৱন্ধ
[সম্পাদনা কৰক]জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়
পূৰ্বাঞ্চল তাই সাহিত্য সভা
কল্পনা চৌধুৰী
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
মহিলাৰ প্ৰিমিয়াৰ লীগ
হৰমনপ্ৰীত সিং
অতুল ফুকন