সদস্য:বিশ্বজিৎ বৈশ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

"ভাষা, সাহিত্যৰ দেহ । ভাষালৈ আওকাণ কৰি সাহিত্যৰ শ্ৰীবৃদ্ধি কৰিবলৈ যোৱাই,দেহলৈ হেলা কৰি মনক সুস্থ কৰিবলৈ যোৱা সমান । মাতৃভাষাৰ মুকলি বতাহত ফুৰিলেহে পৈতৃক প্ৰাণ সবল হয়। গতিকে আমাৰ কৰ্তব্য হ’ল — মাতৃভাষাৰ কটকটীয়া শাসন আৰু বিদেশী ভাষাৰ অধিপত্যৰ পৰা, মাতৃভাষাক মুক্ত কৰা ।"

——মিত্ৰদেৱ মহন্ত



নমস্কাৰ,

নিজ মাতৃভাষাক শ্ৰদ্ধা কৰা প্ৰতিজনলৈ মই বিশ্বজিত্‍ বৈশ্যই প্ৰণিপাত জনাইছোঁ ।

মোৰ জন্ম আৰু শৈশৱ কামৰূপ জিলাৰ পালেপাৰা নামৰ গাওঁ এখনত, আৰু মোৰ শৈক্ষিক জীৱন— শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী জিলাত ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ।

২০২০ চনৰ ১৬ মে’ৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰখনত এজন ন শিকাৰু হিচাপে খোঁজ পেলাইছিলোঁ ।


Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '১ মাহ আৰু ২৯ দিন ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
Search user languages