সদস্য:বিশ্বজিৎ বৈশ্য

    অসমীয়া ৱিকিপিডিয়াৰ পৰা

    "ভাষা, সাহিত্যৰ দেহ । ভাষালৈ আওকাণ কৰি সাহিত্যৰ শ্ৰীবৃদ্ধি কৰিবলৈ যোৱাই,দেহলৈ হেলা কৰি মনক সুস্থ কৰিবলৈ যোৱা সমান । মাতৃভাষাৰ মুকলি বতাহত ফুৰিলেহে পৈতৃক প্ৰাণ সবল হয়। গতিকে আমাৰ কৰ্তব্য হ’ল — মাতৃভাষাৰ কটকটীয়া শাসন আৰু বিদেশী ভাষাৰ অধিপত্যৰ পৰা, মাতৃভাষাক মুক্ত কৰা ।"

    ——মিত্ৰদেৱ মহন্ত



    নমস্কাৰ,

    নিজ মাতৃভাষাক শ্ৰদ্ধা কৰা প্ৰতিজনলৈ মই বিশ্বজিত্‍ বৈশ্যই প্ৰণিপাত জনাইছোঁ ।

    মোৰ জন্ম আৰু শৈশৱ কামৰূপ জিলাৰ পালেপাৰা নামৰ গাওঁ এখনত, আৰু মোৰ শৈক্ষিক জীৱন— শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী জিলাত ।

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ।

    ২০২০ চনৰ ১৬ মে’ৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰখনত এজন ন শিকাৰু হিচাপে খোঁজ পেলাইছিলোঁ ।


    Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত ২ বছৰ, ১০ মাহ, আৰু ৫ দিন ধৰি আছে।
    Rhino logo Assam1.png This user comes from Assam.
    এই সদস্যজন অসমৰ
    Assamese Jaapi.png “জয় আই অসম”
    এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
    Wikipedia:Babel
    as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
    Search user languages