সদস্য:মেঘনীল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অভিনন্দন! আপুনি মেঘনীলৰ ব্যক্তিগত পৃষ্ঠাত পদাৰ্পণ কৰিছেহি। মোৰ বিষয়ে চমুকৈ কবলৈ গলে, মই হলো এজন আধুনিক মানব। জাতিত খাৰখোৱা, শিক্ষাত ইলেকট্ৰনিক অভিযন্তা, পেছাত কম্পিউটাৰ উদ্যোগকৰ্মী আৰু নিচাত বহুত কিবাকিবি।

অধিক জানিবৰ বাবে তলৰ লিংকটোত টিপা মাৰিও চাব পাৰে।

https://www.facebook.com/profile.php?id=100009223549814