সদস্য:ৰিষা ৰাণী দেৱী/পৰীক্ষাগাৰ
অৱয়ব
ধলপুৰ ধাম :
বুঢ়া লুইতৰ বুকুত জাগ্ৰত প্ৰহৰী ৰূপে থিয় হৈ থকা ধলপুৰ পাহাৰখন প্ৰাচীন সভ্যতাৰ জলন্ত স্বাক্ষৰ । পাহাৰৰ শিৰৰ পৱিত্ৰ শিৱ গোসাঁইৰ থান ভাৰতবৰ্ষৰ তীৰ্থক্ষেত্ৰবিলাকৰ ভিতৰত অন্যতম।