সমললৈ যাওক

সদস্য:2409:4065:E41:8077:41B6:A014:730B:8183

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লক্ষীমপুৰ জিলা সাহিত্য সভা

অসম সাহিত্য সভাৰ স্বীকৃতি প্ৰাপ্ত এখন জিলা শাখা ।

এই শাখাটো ১৯৮২ চনত প্ৰতিস্থা হৈছিল।

বৰ্তমান জিলা কাৰ্যলয় লক্ষীমপুৰ জিলাৰ মৈদমীয়া, উত্তৰ লক্ষীমপুৰত।

বাসগৃহৰ নাম লক্ষীবিলাস শইকীয়া ভৱন ।

বৰ্তমানৰ সভাপতি, উপ-সভাপতি, সম্পাদক আৰু সহঃ সম্পাকৰ নাম সঞ্জীৱ উপাধ্যায়, অনিল শইকীয়া, প্ৰবিণ হাজৰিকা আৰু যুগান্ত শইকীয়া

ই আলোচনী www.panchanoisabdadhara.com