সদস্য:Ajoy44

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অজয় গগৈ, জন্মঃ-ধেমাজি,মৰিঢল, কৰ্মস্থানঃ-চিলাপথাৰ। মাতৃভাষাৰ প্ৰতি থকা মৰম আৰু ইয়াৰ প্ৰসাৰৰ বিৰূদ্ধে আহি পৰা নানা বাধাৰ বিৰূদ্ধে মনত জাগি উঠা ভাৱনাই মোক আনি অসমীয়া ৱিকিপেডিয়া পোৱালেহি । শুভাকাঙ্ক্ষীৰ সহযোগিতা বিছাৰিলো।