সদস্য:Anjal Borah

    অসমীয়া ৱিকিপিডিয়াৰ পৰা
    Wikipedia:Babel
    as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
    Search user languages
    Anjal.JPG


    Welcome to the userpage of
    Anjal Borah
    অঞ্জল বৰা

    ই-মেইল anjal_borah@indiatimes.com

    মোৰ ঘৰ শোণিতপুৰ জিলাৰ কামদেৱালত৷ মই বৰ্তমান মধ্যপ্ৰদেশৰ ইণ্দোৰ চহৰৰ এটা কোম্পানিত অসমীয়া ভাষাত কাম কৰি আছোঁ৷ মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যলয়ৰ অসমীয়া বিভাগৰ এজন গৱেষক ছাত্ৰ৷ ৱিকিপেডিয়াত কাম কৰি মোৰ খুবেই ভাল লাগিছে৷ অসমীয়া ভাষাত এনে এখন বিশ্বকোষ হোৱাতো মই অন্তৰেৰে কামনা কৰোঁ৷ শব্দ নামৰ ইণ্টাৰনেটৰ প্ৰথম অসমীয়া অভিধানৰ ৱেবছাইটটোত মই জড়িত হৈ আছোঁ। মোৰ অন্যান্য লেখা মেলা হ'ল :

    ১. প্ৰত্যাশা ব্লগঃ [1]

    ২. অসাৰুৱা খাৰুৱা চিন্তা: [2]

    Anjal Borah ০৭:২৩, ২৬ জুলাই ২০০৮ (UTC)