সমললৈ যাওক

সদস্য:Biswajit Chutia/জন শতাব্দী এক্সপ্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুৱাহাটী -যোৰহাটৰ মাজত চলাচল কৰা এখন দ্ৰুতগামী ৰেল । এই ৰেলখনে পু্ৱা ৬-৩০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া ১-৩০ বজাত যোৰহাট পায়হি আৰু যোৰহাটৰ পৰা ১-৫৫ বজাত যাত্ৰা আৰম্ভ কৰি নিশা ৮-৪৫ ত গুৱাহাটী পায়গৈ।