সমললৈ যাওক

সদস্য:Brajen lahkar/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কচুবাৰী গোপাল আৰু জগন্নাথ থান সত্ৰ:- অসমৰ তামুলপুৰ জিলাৰ কচুবাৰী অঞ্চলত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ । এই সত্ৰত ফাগুন মাহত গৰখীয়া সবাহ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । ৫০০ বছৰৰো অধিক পুৰণি এই সত্ৰত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো লোকে শৰাই আগবঢ়াবলৈ আহে। কিয়নো পূৰ্বৰে পৰা লোকবিশ্বাস আছে যে এই সত্ৰত শৰাই আগবঢ়ালে মনৰ বাঞ্চা পূৰণ হয় আৰু বহুতো লোকে প্ৰমান পোৱা বুলি শুনিবলৈও পোৱা যায় । এই সত্ৰত শিৱ, শাক্ত, বৈষ্ণৱ তিনিটাকে একেলগে পূজা কৰা হয়।