সমললৈ যাওক

সদস্য:CHANDRAKANTA KHUMTAI

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাজীৱ (গগৈ) শদিয়া জন্ম:- ৩১ ডিচেম্বৰ, ১৯৮৪। মৃত্যু:- ১৩ জানুৱাৰী, ২০২৫।

পিতৃ:- শুক্লধৰ গগৈ। মাতৃ:- লক্ষীমা গগৈ। পত্নী:- উপাসনা বকলীয়াল। পুত্ৰ:- শুভাশীষ গগৈ।

সংগীত শিক্ষাৰ আদি গুৰু:- আদিত্য বুঢ়াগোহাঁই। জন্মস্থান:- টুপচিঙা গাঁও, শদিয়া। মৃত্যুস্থান:- অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, অসম।

প্ৰাথমিক শিক্ষা:- টুপচিঙা প্ৰাথমিক বিদ্যালয়। মজলীয়া আৰু হাইস্কুল:- চপাখোৱা টাউন হাইস্কুল।

পেচা আৰু নিচা:- কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক আৰু সংগীত পৰিচালক।

দখল:- ঢোল, খোল, মৃদং, টোকাৰী, বাঁহী, পেঁপা, সুতুলী প্ৰভৃতি লোকবাদ্য।

গীত-মাত:- বিহুনাম, টোকাৰী গীত, দেহ বিচাৰৰ গীত, আধুনিক অসমীয়া সংগীত আৰু বিপ্লৱী সংগীত (জাতি-মাটি-ভেঁটিৰ গীত)।

সংগীত যাত্ৰা:- টুপচিঙা দ্বীপ জ্যোতি যুৱক সংঘৰ মুকলি বিহু দলৰ মূল কণ্ঠশিল্পী আৰু ঢুলীয়া। ২০০৪ চনত কাঞ্চনজংঘা থিয়েটাৰৰ নেপথ্য কণ্ঠশিল্পী আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ বিহু মঞ্চ সমূহত কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ।

প্ৰথম আধুনিক গীত সংগীত এলবাম:- তুমি আহিবানে সন্ধিয়া পৰত (২০০৩)। ১ম ৰেকৰ্ড (আধুনিক গীত) "তুমি আহিবানে সন্ধিয়া পৰত" গীতিকাৰ- নাথুৰাম গগৈ, সুৰ-কণ্ঠ- ৰাজীৱ শদিয়া।

প্ৰথম ভিডিঅ'এলবাম:- মাইনা (২০০৮)।

বঁটা-বাহন:- "বীৰ পাংৰাও বঁটা" (মৰণোত্তৰভাৱে ২০২৫) (টাই আহোম যুৱ পৰিষদ) "অসম বিভূষণ" (মৰণোত্তৰভাৱে ২০২৫) (NB News)