সদস্য:Gitartha.bordoloi/Archive 6

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গিৰিজানন্দ[সম্পাদনা কৰক]

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ পৃষ্ঠাটো চাব। নতুন সদস্যই সৃষ্টি কৰা। লিখাৰ শৈলীটো অলপ সজাই-পৰাই দিবলগা আছে। - Manjil Konwar (talk) 17:41, 13 মাৰ্চ 2015 (UTC)

ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ‎‎[সম্পাদনা কৰক]

তুমি আৰম্ভ কৰা [[ ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ‎‎ ]] প্ৰবন্ধটো কোনোবাই মচি দিছে। চাবাঁচোন।

প্রভাকৰ শৰ্মা নেওগ (talk) 13:15, 18 মে' 2015 (UTC)

Fixed. — গীতাৰ্থ বৰদলৈ (talk) 19:55, 19 মে' 2015 (UTC)

কাৰিকৰী বিশেষজ্ঞ পদক[সম্পাদনা কৰক]

কাৰিকৰী বিশেষজ্ঞ পদক
অসমীয়া ৱিকিৰ বিভিন্ন কাৰিকৰী দিশসমূহৰ খুটি নাতি মাৰি তুমি নিৰলসভাৱে কৰি অহা ৱিকিৰ পৰিচৰ্যাৰ প্ৰতি সন্মান জনাই এই পদক আগবঢ়ালো; তোমাৰ ভাষাতে কৈছোঁ- লগে ৰহ' :)_

জলি বৰা (talk) 12:18, 26 জুন 2015 (UTC)

ধন্যবাদ। পাছে বহু দিন ৱিকিপিডিয়াৰ কাম কৰাই নাই। — গীতাৰ্থ বৰদলৈ (talk) 16:20, 27 জুন 2015 (UTC)

চিত্ৰ[সম্পাদনা কৰক]

আপুনি আপল'ড কৰা Ritachowdhury.jpg চিত্ৰখন ইংৰাজী ৱিকিত চাপৰ্ট কৰা নাই যে! দিব্য দত্ত (talk) 14:46, 17 July 2015 (UTC)

পদক[সম্পাদনা কৰক]

The Barnstar of Diplomacy
অসমীয়া ৱিকিপিডিয়াত সময়বিশেষে উদ্ভৱ হোৱা সংঘৰ্ষ (conflict) সমূহ শান্তিপূৰ্ণভাৱে আৰু ৱিকিৰ স্বকীয়তা বজাই ৰাখি দক্ষতাৰে সমাধান কৰাৰ ক্ষেত্ৰত তুমি আগবঢ়োৱা অৱদানৰ সামান্য স্বীকৃতি হিচাপে এই পদক যাচিলোঁ৷ আগলৈও একেলগে ৱিকিৰ বিকাশৰ বাবে কাম কৰি যোৱাৰ আশা ৰাখিলোঁ৷ জলি বৰা (talk) 07:03, 28 July 2015 (UTC)
Thanks. — গীতাৰ্থ বৰদলৈ (talk) 08:00, 29 July 2015 (UTC)

ভাঙনি কৰিবলৈ অসম্পূৰ্ণ হৈ থকা পাতকেইতাৰ বিষয়ে[সম্পাদনা কৰক]

ভাঙনি কৰিবলৈ অসম্পূৰ্ণ হৈ থকা পাতকেইতাৰ বিষয়ে আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ। অতি সোনকালেই আধৰূৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে যত্নপৰ হম। পিছে অসম্পূৰ্ণ প্ৰবন্ধ এটিৰ ইংৰাজীত থকা বিষয়বস্তুখিনি, অন্ততঃ যেতিয়ালৈকে সম্পূৰ্ণ হৈ নেযায়, তেতিয়ালৈকে আতৰাই নিদিলে বেয়া হব নেকি? -ধন্যবাদ!! সদস্য:মেঘনীল

শ্ৰেণী[সম্পাদনা কৰক]

শ্ৰেণী কেইটা আগৰ পৰাই ৰঙাকৈ জিলিকি আছিল, একেলগে থৈ দিওঁ বুলি [[শ্ৰেণী:চলচ্চিত্ৰ]]টো যোগ কৰি দিলোঁ। অসমীয়ালৈ স্থানান্তৰ কৰি দিছোঁ, থাকি যোৱা পুননিৰ্দেশিত পৃষ্ঠা কেইটা অপ্ৰয়োজনীয় যদি বিলোপ কৰি দিব: 1936, 2005, 2006, 2011, 2012, 2013, আৰু 2015। - দিব্য দত্ত (বাৰ্তা)

অষ্ট্ৰেলিয়া পৃষ্ঠা সৃষ্টিৰ বাবে অনুমতি[সম্পাদনা কৰক]

অাপুনি বিলুপ্ত কৰা অষ্ট্ৰেলিয়া পৃষ্ঠাটো মই পুনৰ সৃষ্টিৰ বাবে অাপোনাৰ পৰা অনুমতি বিছাৰিছো । সদস্য বাৰ্তা:Anshuman.dutta 13:17 UTC, বুধবাৰ 4 November

শব্দ[সম্পাদনা কৰক]

অসমীয়া ভাষাৰ ওজা what's the actual meaning of the phrase. please informe. -- এম আবু সাঈদ (talk) 14:04, 9 December 2015 (ইউ.টি.চি.)

এডিটাথন[সম্পাদনা কৰক]

"Assam (Orthodox) Logo" অসমৰ অৰ্থডক্স চাহৰ কথা কৈছে, হয়তো চৰকাৰী অনুজ্ঞাপত্ৰ, ব্যৱসায়, অনুমতি আদিৰ কথা কৈছে। এই লিংকটো চাব চোন। সেইদৰে "Muga Silk of Assam (Logo)" একে চাগে। এই লিংকত কিবা তথ্য পাবও পাৰে। -দিব্য দত্ত (বাৰ্তা) 19:28, 27 January 2016 (ইউ.টি.চি.)

বুৰঞ্জীৰ পৰা ইতিহাসলৈ পুনৰ্নিৰ্দেশ[সম্পাদনা কৰক]

এই বাৰ্তাটো চাই মতামত দিবচোন।--চন্দন চিৰিং ফুকন (talk) 03:35, 4 March 2016 (ইউ.টি.চি.)

শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী[সম্পাদনা কৰক]

Hi, can you take care of deleting some copyright violations listed here? There are more among the files at Special:UnusedFiles and Category:Files with no machine-readable author by the way. Thanks, Nemo bis (talk) 09:28, 20 March 2016 (ইউ.টি.চি.)

borhiya[সম্পাদনা কৰক]

tumi lagi aasa! চাইপাও 01:00, 7 april 2016 (ইউ.টি.চি.)

A Barnstar for you[সম্পাদনা কৰক]

The Barnstar of Diligence
Great work on Assamese Wikipedia. Titodutta (talk) 18:51, 28 মে' 2016 (ইউ.টি.চি.)
Thanks. — গীতাৰ্থ বৰদলৈ (talk) 20:42, 29 মে' 2016 (ইউ.টি.চি.)