সমললৈ যাওক

সদস্য:JAKHINI/ৰেট হ'ল খনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰেট-হ'ল খনন বা ৰেট খনন হৈছে উত্তৰ-পূব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত এটা প্ৰক্ৰিয়া। ইয়াত শ্ৰমিকে মাটি খান্দি সৰু ছিদ্ৰ কৰি কয়লা উলিয়ায়। এই প্ৰক্ৰিয়াক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষিদ্ধ কৰিছে যদিও ভাৰতৰ কিছুমান অঞ্চলত বিশেষকৈ মেঘালয়ত সৰু পৰিসৰৰ খনন কাৰ্যত এতিয়াও ব্যৱহৃত হৈ আছে।