সদস্য:Kanika Dutta12/অমীৰ খুচৰো
অৱয়ব
| অমীৰ খুচৰো | |
|---|---|
| জন্ম | আবুল হাচান। [[{{{৩}}} ]], -১২৫৩ খৃষ্টাব্দত পাটিয়ালি |
| ভাষা | [[|]] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজি | তবলা আৱিষ্কাৰক। দক্ষিণত প্ৰচলিত 'বীণাৰ চাৰিডাল তাঁৰৰ ঠাইত তিনিডাল তাৰ ৰাখিলে। |
অমীৰ খুচৰো (ইংৰাজী: Amir Khosrow) হৈছে এগৰাকী সঙ্গীতজ্ঞ আৰু তবলা আৱিষ্কাৰক।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]এটা জিলাৰ পাটিয়ালি নামৰ ঠাইত ১২৫৩ খৃষ্টাব্দত এওঁৰ জন্ম হয়। দেউতাকৰ নাম আছিল য়োটা তালৰ মহম্মদ স্বেবউদ্দিন। কথিত আছে এওঁৰ পূৰ্ব্বজ হিন্দু আছিল।[1]
শিক্ষা
[সম্পাদনা কৰক]বাল্য কালৰ আৰু তৃতীয় পৰাই মেধাবী আছিল আৰু ৰাজ্যাশ্ৰয়তেই এওঁৰ শিক্ষা দিল্লীত হৈছিল।[2]
সৃষ্টিশীলতা
[সম্পাদনা কৰক]হিন্দুস্তানী পদ্ধতিৰ ছোটা খ্যাল শৈলীৰ আৱিস্কাক। তেওঁ কেইবাটাও ৰাগ যেনে : য়মন, সাজগিৰি, সৰপৰ্দা, জিলফ, শহানা আদিৰো প্ৰণয়ন কৰিছিল। খ্যাল শৈলীৰ অতিৰিক্ত গজল, কাৱালী, চতুৰঙ্গ, ত্ৰিবট তৰাণা আদিৰো তেখেতে নতুন ৰূপ দি সমাজত প্ৰতিষ্ঠিত কৰিলে। পখাৱজক দুই ভাগত বিভক্ত কৰি তেওঁ তবলাৰ আৱিষ্কাৰ কৰিলে। দক্ষিণত প্ৰচলিত 'বীণাৰ চাৰিডাল তাঁৰৰ ঠাইত তিনিডাল তাৰ ৰাখিলে।[3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]খুচৰোক ‘অমীৰ’ৰ উপাধি জালালউদ্দিনেই প্ৰদান কৰিছিল।[4]