সদস্য:Madhabsaikia/ভাৰতৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জানুৱাৰী 12- ৰাষ্ট্ৰীয় যুৱ দিৱস

জানুৱাৰী 15 15 -সৈনিক দিৱস

জানুৱাৰী 26 -গণতন্ত্ৰ দিৱস

জানুৱাৰী 30 –শ্বহীদ দিৱস

ফেব্ৰুৱাৰী 24- কেন্দ্ৰীয় আবকাৰী দিৱস

ফেব্ৰুৱাৰী 28 –ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

এপ্ৰিল 5- ফেব্ৰুৱাৰী নৌ বিৱস

মে’ 11- ৰাষ্ট্ৰীয় কাৰীকৰি দিৱস

আগষ্ট 9- ভাৰত ত্যাগ দিৱস

আগষ্ট 15- স্বাধীনতা দিৱস

আগষ্ট 29 –ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

চেপ্তেম্বৰ 5- শিক্ষক দিৱস আৰু সংস্কৃত দিৱস

অক্টোবৰ 8 –ভাৰতীয় বায়ু সেনা দিৱস

অক্টোবৰ 10 –ভাৰতীয় ডাকসেৱা দিৱস

নবেম্বৰ 14- শিশু দিৱস

ডিচেম্বৰ 18 –সংখ্যালঘূৰ অধিকাৰ দিৱস

ডিচেম্বৰ 23 – কৃষক দিৱস [কিষাণ দিৱস]