সমললৈ যাওক

সদস্য:Mhazarika814

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শৈক্ষিক ব্যৱস্থাপনা

শিক্ষামূলক বিভিন্ন কাম কাজত ব্যৱস্থাপনাৰ সাধাৰণ নীতি- নিয়ম, তথ্য সূত্ৰ আদি প্ৰয়োগ কৰা বিভাগটোৱে শৈক্ষিক ব্যৱস্থাপনা। শৈক্ষিক ব্যৱস্থাপনা হৈছে এনে এক সুনিৰ্দিষ্ট প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত হোৱা মানৱ সম্পদ যেনে; অৰ্থ, ভূমি, শিক্ষণীয় সঁজুলি ইত্যাদিৰ সদব্যৱহাৰ কৰি সুস্থ আৰু সুন্দৰ পৰিৱেশ সৃষ্টি কৰি শিক্ষাদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। শৈক্ষিক ব্যৱস্থাপনা হৈছে এক শৃংখলাবদ্ধ ৰূপ আৰু কেতবোৰ বিশেষ শৈক্ষিক উদ্দেশ্যত উপনীত হোৱাৰ ব্যাপক প্ৰচেষ্টা।