সদস্য:Ritushmita Upadhyaya
অৱয়ব
প্ৰকাশ কৈৰালা:
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নিকাছিত ১৯৯৪ চনৰ ০২ ফেব্ৰুৱাৰীত জন্ম হৈছিল প্ৰকাশ কৈৰালাৰ। সদৌ অসম গোর্খা ছাত্ৰ সন্থাত জড়িত কৈৰালাই ২০২০ চনত "অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ"নামৰ অতি গুৰুত্বপূৰ্ণ গৱেষণাধৰ্মী গ্ৰন্থ লিখি উলিয়াইছে।বিজ্ঞানৰ স্নাতক প্ৰকাশ কৈৰালা বৰ্তমান বিটিআৰ গোর্খা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক।তেওঁৰ গ্ৰন্থ বিষয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড°ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াই এনেদৰে কৈছিল",মোৰ ভাতৃপ্ৰতিম প্ৰকাশ কৈৰালাই প্ৰচুৰ অধ্যয়ন আৰু গৱেষণা কৰি অসমৰ খিলঞ্জীয়া গোর্খাসকলৰ ঐতিহ্যৰ এক বৈজ্ঞানিক অনুসন্ধান সম্পন্ন কৰিছে আৰু "অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ "নামেৰে এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে।""
কৈৰালাই নেপালী/গোর্খালী ভাষীলোক হৈয়ো য অসম আৰু অসমীয়া সাহিত্য চৰ্চা আৰু বৌদ্ধিক সম্বাৰলৈ অসমীয়া ভাষা চৰ্চা কৰি এক অনবদ্য মূল্যৱান অৱদান দি আহিছে।