সমললৈ যাওক

সদস্য:Sobdojaal

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শব্দজাল- অসমীয়া ভাষাৰ  এখন ই আলোচনী। প্ৰকাশ কৰা হয় ১৪ এপ্ৰিল ২০২০ । অসমীয়া ভাষাৰ উন্নতি সাধন মূল লক্ষ্যৰে নৱপ্ৰজন্মক সাহিত্যৰ দিশত আকৰ্ষিত কৰা উদ্দেশ্যেৰে শব্দজাল প্ৰকাশ কৰা হয়।


সম্পাদক- ডেভিদ কংকণ

কাৰ্যবাহী সম্পাদক- মানস বৰ্মন

তত্ত্বাবধায়ক- সূৰুজ বৰা


প্ৰকাৰ- সাহিত্য

প্ৰকাশক- শব্দজাল

প্ৰথম প্ৰকাশ- ১৪/০৪/২০২০

ৰাজ্য- অসম

ভিত্তি- গুৱাহাটী

ভাষা- অসমীয়া

ৱেবচাইট- www.sobdojaal.in

   

    সাহিত্য বিষয়ক গৱেষণামূলক প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক আদি প্ৰকাশ কৰাৰ উপৰিও আলোচনীখনত স্বাস্হ্য সম্পৰ্কীয়,ভ্ৰমণ কাহিনী আদিও প্ৰকাশ কৰা হয়।

ইতিহাস- ২০২০ চনৰ জানুৱাৰী মাহত ডেভিদ কংকণ,সূৰুজ বৰা আৰু মানস বৰ্মণৰ পৰিকল্পনাত এখন তিনিমহীয়া আলোচনী ৰূপ উলিওৱাৰ সিদ্ধান্ত হয় আৰু আলোচনী খনৰ নামৰ শব্দজাল ৰখা কিয়নো আমিসকলো শব্দৰ জালত আবদ্ধ।বিভিন্ন জন অভিজ্ঞ লোকৰ পৰামৰ্শ মৰ্মে শব্দজালৰ প্ৰস্তুতি চলোৱা হৈছিল।