সদস্য:Sr7boss official 7
অৱয়ব
১। আহোমকলৰ আদি বাসস্থান ক'ত আছিল?
উত্তৰঃ আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত আছিল।
২। আহোমসকল কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰঃ আহোমসকল ৬০০ বছৰ শাসন কৰিছিল।
৩। আহোমসকল আদিভাষা কি আছিল?
উত্তৰঃ আহোমসকল আদি ভাষা টাই বা শ্যান আছিল।
৪। আহোমকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উত্তৰঃ 'মে-ডাম মে-ফী', 'চাইফা', 'ৰিক্খন', জাচিংফা', 'লাইলুংখাম' আদি।