সমললৈ যাওক

সদস্য:Swahid Alam

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ মই শ্বাহিদ আলম । ঘৰ দৰং জিলাৰ মঙ্গলদৈত ।বিজ্ঞান বিভাগৰ ছাত্ৰ। বিজ্ঞান বিভাগৰ ছাত্ৰ যদিও সাহিত্য মোৰ প্ৰেম । সাহিত্যৰ প্ৰতিটো দিশৰ লগতে গৱেষণা আৰু শিশু সৱলীকৰণৰ লগত জড়িত । প্ৰয়াস মোৰ মোৰ জীৱনৰ প্ৰথমখন কবিতা পুথি। মই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহ , ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ৰ এজন প্ৰাক্তন শিশু বিজ্ঞানী। সদায় ন শিকাৰু হিচাপে চিনাকী দি ভাল পাওঁ। শিকি আৰু শিকায় ভাল পাওঁ।সপোনৰ বিশাল আকাশত ডেউকা কোবাই উৰিব বিচাৰোঁ ।