সদস্য:Vkborah/এৱা গাখীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে । গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয় । ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি ।