সদস্য:Vkborah/বিবুধি গড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আহোম যুগত নিৰ্মিত এই গড়টোৰে মোৱামৰিয়া বিদ্ৰোহীসকলক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল । আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ নেতৃত্বত ১৭৯১ চনত সজা গড়টো দেখি মোৱামৰী্য়া সকলে পোনতে বিবুধি হৈছিল বাবে ইয়াৰ নাম বিবুধি গড় পৰে । বৰ্তমানে যোৰহাট নগৰৰ গড় আলি পূৰ্বৰ বিবুধি গড়ৰেই একাংশ ।