সদস্য বাৰ্তা:অসম জাতীয় সেনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সদস্য নাম[সম্পাদনা কৰক]

ৱিকিপিডিয়াত সমজুৱা একাউণ্ট নাইবা কোনো সংগঠনৰ নামত একাউণ্ট খোলাত বাধা আছে। ৱিকিপিডিয়াত কোনো প্ৰচাৰধৰ্মী নাম ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে আপোনাৰ/আপোনালোকৰ একাউণ্ট ব্লক কৰা হ’ব। যদিহে আপুনি/আপোনালোকে ৱিকিপিডিয়াত যোগদান কৰিব বিচাৰে, তেন্তে ব্যক্তিগত নামত একাউণ্ট খুলিবলৈ অনুৰোধ জনোৱা হ’ল। − ৱিকিপিডিয়া প্ৰশাসন দিব্য দত্ত (বাৰ্তা) 03:40, 21 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]