সদস্য বাৰ্তা:ইন্দ্ৰজীত বৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেউতা, তোমাৰ আঙুলিত ধৰিয়েই জীৱনৰ বাটত খোজ দিবলৈ শিকিলো। তোমাৰ নিশ্বাৰ্থ মৰম আৰু ভালপোৱাৰ

বাবে তোমাক কোটি কোটি বাৰ প্ৰণাম। ইন্দ্ৰজীত বৰা (talk) 15:22, 7 October 2015 (UTC)

সুন্দৰ ইন্দ্ৰজীত বৰা (talk) 15:27, 7 October 2015 (UTC)

এইখন পৃথিবীত মানুহৰ সময়ৰ সঁচাকৈ বহুত অভাব...!! দৈনন্দিন জীৱনৰ লগত ফেৰ পাতি নিজক মিলাই চলিবলৈ গৈ নিজকে তথা নিজৰ চিন্তাধাৰা সকলোবোৰ উচৰ্গা কৰিবলগীয়া হয় এই জীৱনটোৰ আগত..!! কেতিয়াবা মানুহৰ কথা শুনিবলৈকো সময়ৰ অভাব হয়..!! বুকুৰ মাজত সোমাই উৱলি যোৱা কিছু সুপ্ত চেতনাৰ অৱকাশক প্ৰকাশ কৰিবলৈকে হয়তো ইয়ালৈ মোৰ আগমন । কিজানি কোনোবাই অনুভৱ কৰে মোৰ হৃদয়ৰ অনুভৱ...!! হয়টো কোনোবা অচিনাকী এজনে আকোৱালি লব মোৰ মৰমৰ সত্তাক...!!!! ইন্দ্ৰজীত বৰা (talk) 15:27, 7 October 2015 (UTC)