সদস্য বাৰ্তা:ঝৰ্ণা বৰা
বিষয় যোগ কৰক|
|
নমস্কাৰ, ঝৰ্ণা বৰা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
— AdoroniBot (বাৰ্তা) 09:48, 8 March 2025 (ইউ.টি.চি.)
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
[সম্পাদনা কৰক]আপোনাৰ দ্বাৰা সৃষ্ট "বৈদ্যনাথ মিশ্ৰ" প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীত সম্পাদনা কৰিলোঁ। কেইটামান তথ্যসূত্ৰ যোগ দিছোঁ। এবাৰ ভালদৰে চকু ফুৰালে বুজিব পাৰিব।আগলৈ আৰু নতুন প্ৰবন্ধ সৃষ্টি কৰিব বুলি আশা ৰাখিলোঁ। ~ কন্দৰ্পজিৎ কল্লোল 20:22, 1 May 2025 (ইউ.টি.চি.)
- অশেষ ধন্যবাদ আপোনালৈ। ঝৰ্ণা বৰা (বাৰ্তা) 02:02, 2 May 2025 (ইউ.টি.চি.)
সদস্য পৃষ্ঠা
[সম্পাদনা কৰক]আপোনাৰ সদস্য পৃষ্ঠা ঝৰ্ণা বৰা বনাই দিলোঁ। এইটো সম্পাদনা কৰি আপুনি নিজৰ বিষয়ে লিখিব পাৰিব। - কন্দৰ্পজিৎ কল্লোল 20:29, 1 May 2025 (ইউ.টি.চি.)
