সদস্য বাৰ্তা:ডঃ কৃষ্ণা হাজৰিকা
বিষয় যোগ কৰক|
|
নমস্কাৰ, ডঃ কৃষ্ণা হাজৰিকা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
সমাজভাষাবিজ্ঞান
[সম্পাদনা কৰক]কোনো মানৱ ভাষা ব্যৱহাৰত সামাজিক সংগঠন সমূহৰ প্ৰভাৱ, ভাষা বিভিন্নতা, ভাষা শৈলী, ভাষিক গোষ্ঠী, ভাষা এটাৰ প্ৰতি থকা আৱেগ, আৰু ভাষাৰ স্থিতি আদিৰ অধ্যয়নক সাধাৰণ ভাৱে সমাজভাষাবিজ্ঞান বুলি বুজা যায়। ডঃ কৃষ্ণা হাজৰিকা (বাৰ্তা) 06:15, 12 March 2025 (ইউ.টি.চি.)

