সমললৈ যাওক

সদস্য বাৰ্তা:ধৰণী শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অপ্ৰয়োজনীয় সম্পাদনা

[সম্পাদনা কৰক]

আপুনি ৱিকিপিডিয়াৰ কিছুমান গুৰুত্বপূৰ্ণ পৃষ্ঠাত গৈ কপি-পেষ্ট কৰিব নোৱাৰে। যিটো ৱিকিপিডিয়াৰ পৰিপন্থী। "সহায়: সম্পাদনা" পৃষ্ঠাত গৈ কপি-পেষ্ট কৰিছে। একেটা তথ্যসূত্ৰহীন লেখা বিভিন্ন ঠাইত পেষ্ট কৰি আছে। তাকো দুটাকৈ একাউণ্টৰ দ্বাৰা। ধৰণী শৰ্মা আৰু মহানন্দ শৰ্মা - এই দুটা একাউণ্টৰ পৰা "ধৰণী শৰ্মা" শীৰ্ষক লেখাটো বিভিন্ন ঠাইত পেষ্ট কৰি আছে। যদিহে ধৰণী শৰ্মা এজন উল্লেখযোগ্য ব্যক্তি আৰু তেওঁৰ বিষয়ে ৱিকিপিডিয়াত পৃষ্ঠা এটা থকা প্ৰয়োজনীয় বুলি ভাবে, তেন্তে ৱিকিপিডিয়াৰ বেলেগ প্ৰবন্ধ কেইটামান পঢ়ি ৱিকিপিডিয়াৰ শৈলীত লিখিব আৰু তথ্যসূত্ৰ যোগ কৰিব। কিবা কাৰিকৰী অসুবিধাৰ পালে বা নুবুজা থাকিলে প্ৰশাসকৰ লগত যোগাযোগ কৰিব। তাৰোপৰি ৱিকিপিডিয়াৰ নীতিসমূহ পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ। ...... কন্দৰ্পজিৎ কল্লোল 21:17, 1 May 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক