সমললৈ যাওক

সদস্য বাৰ্তা:নৰুনা বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 16:17, 27 March 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

মহাত্মা গান্ধী এডিটাথন, ২০২৫

[সম্পাদনা কৰক]
আয়োজক পদক
প্ৰিয় ৱিকিসতীৰ্থ,
২০২৫ বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰপৰা ৩ অক্টোবৰলৈ জাতিৰ পিতা গান্ধীজীৰ জন্মোৎসৱ উদযাপনৰ হেতু অসমীয়া ৱিকিপিডিয়াত আপুনি যি একাগ্ৰতাৰে মহাত্মা গান্ধী এডিটাথন, ২০২৫ শীৰ্ষক সম্পাদনা-মেলা আয়োজন কৰিলে, তাৰ শলাগ ললোঁ আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই সামান্য পদকটি প্ৰদান কৰিলোঁ। আশাকৰোঁ, আপোনাৰ তত্ত্বাৱধানতাত সম্পাদনা-মেলাখনিত আন্তৰিকতাৰে অংশগ্ৰহণ কৰা ৱিকিসতীৰ্থসকলক আপুনি একোটিকৈ আভাসী বঁটা প্ৰদানেৰে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব। আন্তৰিকতাৰে,


JyotiPN (বাৰ্তা) 10:13, 4 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ জনালোঁ। নৰুনা বৰুৱা (বাৰ্তা) 10:20, 4 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা

[সম্পাদনা কৰক]

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলাৰ বিচাৰক তথা সম্পাদনা মেলাত অংশগ্ৰহণ কৰা অৱদানকাৰীসকলক মান পত্ৰ প্ৰদান কৰাৰ বাবে তথ্য সংগ্ৰহ কৰা হৈছে৷ অনুগ্ৰহ কৰি সকলো অংশগ্ৰহণকাৰীয়ে এই প্ৰ-পত্ৰখন পূৰ কৰি সহযোগিতা আগবঢ়াই যেন৷ ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 10:54, 20 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

এডিটাথন তেজীঘোঁৰা

[সম্পাদনা কৰক]
এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত/সদ্যসমাপ্ত অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫ আৰু ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ত আপুনি সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ

পদক

[সম্পাদনা কৰক]
প্ৰথম স্থান

অভিনন্দন!
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ প্ৰথম স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি যাচিলোঁ। ---chanakyakdas (বাৰ্তা) 16:16, 17 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ জনালোঁ নৰুনা বৰুৱা (বাৰ্তা) 17:18, 17 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Last Few Days: WikiConference India 2026 Scholarship Applications

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Wikimedian,

We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.

WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.

  • Scholarship deadline: 15 April 2026, 11:59 PM IST

With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.

For more information and regular updates, we encourage you to visit the conference Meta page.

Warm regards,
on behalf of the WikiConference India 2026 Organising Team

This message was sent with MediaWiki message delivery (বাৰ্তা) on 18:30, 11 April 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক