সমললৈ যাওক

সদস্য বাৰ্তা:প্ৰণৱজ্যোতি বৰ্মণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 3 বছৰৰ পূৰ্বে by প্ৰণৱজ্যোতি বৰ্মণ in topic আধুনিকতাৰ গ্ৰাসত অসমীয়া সমাজ

AdoroniBot (বাৰ্তা) 15:30, 12 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

আধুনিকতাৰ গ্ৰাসত অসমীয়া সমাজ

[সম্পাদনা কৰক]

সময়ৰ লগে লগে সমাজ তথা পৰিয়ালৰ ধাৰণা সমূহো সলনি হোৱা পৰিলক্ষিত হৈছে ।

সমাজ এখনৰ বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ কিন্তু সেই শিক্ষাক বাস্তৱায়িত ৰূপ দিবলৈ কোনেও গুৰুত্ব নিদিয়ে । বিশ্ব ৰ প্ৰায় বোৰ দেশতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ পচন্দ অনুযায়ী নিজৰ বিষয় বোৰ ৰ ওপৰত প্ৰয়োজনীয় আৰু বাস্তৱ শিক্ষাৰ মাধ্যমেৰে শিক্ষা দান কৰি আগুৱাই নিছে , যাৰ অৰ্থ নিবনুৱা হ্ৰাস কৰণ আৰু কৰ্মক্ষেত্ৰত সুযোগ্য নিযুক্তি কৰণ । সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষা উল্লেখনীয়। অসমীয়া সমাজ ব্যৱস্থাৰ আন্তঃগাথঁনি দুৰ্বল হোৱাৰ কাৰণসমূহ ----

১. শৈক্ষিক কাৰণ ।

২. পৰিয়ালৰ লোকাচাৰ ।

৩. মোবাইল ফোন / ইন্টাৰনেট ।

৪. ককা আইতাকৰ আদৰৰ পৰা বঞ্চিত ।

৫. মঞ্চ বিহুৰ আগমন ।


৬. কংক্ৰিতময় মানৱতা ।




প্ৰণৱজ্যোতি বৰ্মণ (বাৰ্তা) 16:06, 12 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিৱৰণৰ বাবে মন্তব্য আগবঢ়ায় যেন প্ৰণৱজ্যোতি বৰ্মণ (বাৰ্তা) 16:09, 12 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@প্ৰণৱজ্যোতি বৰ্মণ নমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ আদৰণি জনাইছোঁ। এই বিষয়ত মন্তব্য দিবলৈ আহ্বান জনোৱাৰ বাবে সুখী হ'লোঁ। ৱিকিপিডিয়া এখন বিশ্বকোষ আৰু ইয়াত যিকোনো বিষয়ৰ ওপৰত নিৰপেক্ষ ভাষাৰে লিখা প্ৰবন্ধ থাকে। ব্যক্তিগত মতামত বা সমালোচনা আদি ইয়াক লিখা নহয়। অনুগ্ৰহ কৰি প্ৰথমে আপুনি ইয়াত ইতিমধ্যে সন্নিৱিষ্ট হৈ থকা প্ৰবন্ধসমূহ পঢ়ি চালে নিশ্চয়কৈ উপকৃত হ'ব পাৰিব। শুভেচ্ছা থাকিল।- চন্দন চিৰিং ফুকন ||✉️ 16:55, 12 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ। প্ৰণৱজ্যোতি বৰ্মণ (বাৰ্তা) 09:46, 15 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক