সদস্য বাৰ্তা:হিমাক্ষী কাশ্যপ
বিষয় যোগ কৰকঅৱয়ব
নলবাৰী
অসমৰ জিলাসমূহৰ ভিতৰত এখন।ই অসমৰ নামনি অন্চলত অৱস্হিত।এসময়ত এই অন্চলটো নল-খাগৰিৰে ভৰি থকা বাবেই ইয়াক নলবাৰী বুলি কোৱা হয়।জিলাখন মাটিকালিৰ ফালৰ পৰা অতি বৃহৎ।ইয়াত বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্বী,বিভিন্ন জাতিৰ লোকে বাস কৰি আছে।জিলাখন শিক্ষাৰ ফালৰ পৰা অতি আগবঢ়া।প্ৰতিবছৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ইয়াৰ উত্তীৰ্ণৰ হাৰ অতি উচ্চমানৰ।শিক্ষানুষ্ঠান সমূহৰ মাজত প্ৰতিযোগিতাৰ ভাৱে এই ক্ষেত্ৰত বৰঙণি যাোগায়।
হিমাক্ষী কাশ্যপৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। হিমাক্ষী কাশ্যপৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।