সদস্য বাৰ্তা:হৃষীৰাজ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

--অম্লান জ্যো ব 02:50, 30 জানুৱাৰী 2012 (UTC)

হাৰিভাংগা[সম্পাদনা কৰক]

আপুনি হাৰিভাংগা গাঁওৰ ওপৰত লিখা প্ৰবন্ধটো শ্ৰেণী:অসমৰ গাওঁ‎‎ ৰ পৰা হাৰিভাংগালৈ স্থানান্তৰিত কৰা হ’ল। প্ৰবন্ধ এটা কোনো শ্ৰেণীত নিলিখিব। প্ৰবন্ধ এটাত শ্ৰেণী সংযোগহে কৰিব।
সহায়ৰ বাবে ইয়াত চাওক: Wikipedia:পৰিচয়। --অম্লান জ্যো ব 02:50, 30 জানুৱাৰী 2012 (UTC)

অ'উ বোলোঁ "সহায়:Assamese script display and Input help"ৰ নাম "সহায়:হাৰিভাংগা" ভুলতে কৰিছিলা হ'বলা ! অলপ সাৱধান হ'বা আৰু :) গীতাৰ্থ বৰদলৈ (talk) 18:33, 1 মাৰ্চ 2012 (UTC)