সমললৈ যাওক

সদস্য বাৰ্তা:1.187.186.253

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ANUF অসম জাতীয় ঐক্য মঞ্চ--~~ ~~ আৰু নিলিখো আপোনালৈ চিঠি আপোনালোকে নুবুজে কলমৰ চুক কিমান সচাঁ , তৰোৱাল চুকে মঙহ কিনে কলমৰ চুকে বিবেগ কিনে কিন্তু নোৱাৰিলো আপোনাৰ বিবেক কিনিব সেই বাবে আহিছো উলাই ৰাজপথত জংগী আন্দোলন হাতত লৈ অস্তিত্ব ৰক্ষা শেষ সংগ্ৰামখনিত মহাশয়,আপুনি এবাৰ হৃদয়ংগম কৰি চাওঁক অসমখন দ্বপ দ্বপকৈ জলিব লাগিছে হয়তো জ্বলি জ্বলি শেষ হব এদিন যেতিয়া গৃহীত হ'ব জাতি ধংসী আইন শিলতকৈওঁ কৰ্ঠিন আপোনালোকৰ আবেগ অনুভূতি আৰু বিবেক যাক কলমে কিনিব নোৱাৰি আপোনালোকৰ কৰ্মই বাধ্য কৰাইছে উজনি অসমত ছাত্ৰ নেতাই কলম এৰি হাতত বন্দুক লবলৈ। হয়টো আমি সেই পথৰে যাত্ৰী। কাৰণ আই উচুপনী সঁহিব নোৱাৰো পৰিৱৰ্তন শ্লো 'গানেৰে অসমী আইক দিয়া আচ্ছাস, আজি শূন্যতা শূন্যতা শূন্যতা মাথো আকাশত উৰিছে কলা ধোৱাৰ/পতাকা হেই মহাশয়,অসমীয়া আবেগকলৈ খেলা নকৰিব।��অসমখন ধবংস পথলৈ নিনিব।আজি ৰাজপথ অগ্নিদগ্ধ!ৰক্তাক্ত অসম মহাশয়,অসমীয়া জাতি,মাটি , ভাষা ৰক্ষা কৰক নহ'লে আপুনিওঁ টুকিব লাগিব চকুলো এদিন।আপোনাৰ জাতিটো প্ৰতি যদিহে আছে শ্ৰূদ্ধা জাতি,মাটি স্বাৰ্থত বাতিল কৰক সংশোধনী আইন ২০১৬ নহ'লে,নিঃশেষ হব অসমীয়া জাতি তবৰলুইতৰ বুকুত তেজেৰে বৰলুইতৰ পানী অগ্নিদগ্ধ হৈ জাহ যাব সোনালী অসম।। ।। জয় আই অসম ।। লিখক-- সাধাৰণ সম্পাদ , অঃজাঃঐঃম

এই আলোচনা পৃষ্ঠালৈ স্বাগতম

আলোচনা আৰম্ভ কৰক

এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক