সদস্য বাৰ্তা:14.96.221.108
বিষয় যোগ কৰক|
|
নমস্কাৰ, 14.96.221.108
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
বিষ্ণু শইকীয়া বাৰ্তা 14:19, 5 জুন 2012 (UTC)
ইন্লাইন
[সম্পাদনা কৰক]আপুনি একাউণ্ট খোলা নাই বা লগ্ ইন কৰা নাই। সেইবাবে চাৰিডাল টাইল্ড চিন দিলেও স্বাক্ষৰ নোলাব। ইন্লাইন মানে অনলাইন নহয়। ইয়াৰ অৰ্থ "শাৰীৰ মাজত থকা"। ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধত শাৰীবোৰৰ মাজত 1,2,3 আদিকৈ কিছুমান সংখ্যা দেখিব আৰু প্ৰবন্ধটোৰ তলত সেই সংখ্যাৰ বিপৰীতে উদ্ধৃতি বা তথ্যসূত্ৰ লিখা থাকে। — গীতাৰ্থ বৰদলৈ (talk) 14:27, 5 জুন 2012 (UTC)
এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক।
