সদস্য বাৰ্তা:49.136.208.14
বিষয় যোগ কৰকশেহতীয়া সম্পাদনা
[সম্পাদনা কৰক]প্ৰথমে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহা বাবে ধন্যবাদ। পিছে আপোনাৰ শেহতীয়া সম্পাদনা সমূহ লক্ষ্য কৰিলে দেখা যায় যে আপুনি কোনো তথ্য উৎস নোহোৱাকৈ আৰু সাৰাংশ অবিহনে কিছুমান পৃষ্ঠা খালি কৰি দিছে। ৱিকিত কিবা সম্পাদনা কৰিলে তথ্য উৎস আৰু সাৰাংশ দিলে আন সম্পাদক সকলে গম পায়। গতিকে পৃষ্ঠা এটা খালি কৰাৰ আগতে অনুগ্ৰহ কৰি উৎস বা সাৰাংশ উল্লেখ কৰে যেন। কিবা আলোচনা কৰিবলগীয়া থাকিলে পৃষ্ঠা খনৰ আলোচনা পৃষ্ঠাত কৰিব পাৰে। লগতে এনেই পৃষ্ঠা খালি কৰিলে প্ৰশাসকে আপোনাৰ IP ব্লক কৰিবও পাৰে। দিব্য দত্ত (বাৰ্তা) 13:45, 11 November 2016 (ইউ.টি.চি.)
এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক।