সদস্য বাৰ্তা:Abhi kal

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনুবাদকৰ পদক[সম্পাদনা কৰক]

অনুবাদকৰ পদক
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা আপোনাৰ অনুবাদ অৱদানসমূহৰ বাবে এয়া সামান্য কৃতজ্ঞতা আগবঢ়ালোঁ।
প্রভাকৰ শৰ্মা নেওগ (talk) 06:59, 27 আগষ্ট 2012 (UTC)


প্রতি Abhi kal[সম্পাদনা কৰক]

Wikipedia ত আপোনাৰ সহযোগীতা দেখি ভাল লাগিল । অনুগ্রহ কৰি আপুনি দান কৰা প্রবন্ধাংশৰ বঙালী ‘র’টো অসমীয়া ‘ৰ’ লৈ সলনি কৰি দিয়ে যেন । বর্তমান থকা software বোৰত অসমীয়া UNICODE টাইপ কৰিবলৈ অলপ অসুবিধা যদিও অলপ কষ্ট কৰি টাইপ কৰিব পৰা যায় । অপোনাৰ ‘ৱ’ টো নাইকিয়া হৈ আছে । বঙালী ভাষাত ‘ৱ’ নাই । ‘সর্স্বন্ত ত’ ৰ সুবিধা Wikipedia ই দিব পৰা নাই । সেয়ে ইয়াত বহু ঠাইত ইয়াৰ সলনি ‘বাকছ’ আকৃতি দেখা গৈছে । সর্বশেষত আপোনাৰ পৰা সদা সহযোগীতাৰ কামনাৰে

Vkborah ১৮:২১, ৩১ জুলাই ২০০৯ (UTC)

প্ৰতি Abhi kal[সম্পাদনা কৰক]

আপোনাৰ আগ্ৰহ আৰু উৎসাহ দেখি ভাল লাগিছে৷ কিন্তু অসমীয়া বৃহৎ সংখ্যক মানুহৰে ইয়াৰ প্ৰতি কোনো আগ্ৰহ নাই যেন লাগে৷ আপুনি IME ছফ্টৱেৰ ব্যৱহাৰ কৰি ইউনিক'ডত লিখিব পাৰে৷ ইয়াত কিছু সুবিধা আছে৷ আনহাতে এনেধৰণৰ কামৰ বাবে চৰকাৰ বা সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ সহযোগ পালে ভাল৷ কিন্তু এই কথা অসমত বিৰল৷ আপুনি www.xobdo.org-ৰ লগত জড়িত হৈ এই বিষয়ে অধিক তথ্য লাভ কৰিব পাৰিব৷ কাৰণ এই ৱেবচাইটটোৰ লগতো অসমৰ আৰু বাহিৰৰ অনেক ব্যক্তি জড়িত হৈ আছে৷ প্ৰবন্ধসমূহ আপুনি ভৰাই যাওঁক৷ সম্পাদনাৰ সুবিধা আছে যেতিয়া চিন্তা নাই৷

ধন্যবাদেৰে Anjal Borah ( ১২:৪০, ১ আগষ্ট ২০০৯ (UTC))

পুৰণি সদস্যক এইখন দিয়া নহয় যদিও আপোনাৰ পৃষ্ঠাত নাই বাবে লিখি দিলোঁ আৰু... :)

— গীতাৰ্থ বৰদলৈ (talk) 07:02, 24 মাৰ্চ 2012 (UTC)

The Teamwork Barnstar[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ।  বিষ্ণু শ‍ইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC)
অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সামান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। আশাকৰো এইদৰেই অক্লান্ত ভাৱে আগলৈকো ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অসমীয়া ভাষাৰ উন্নতি সাধনৰ চেষ্টা কৰি থাকিব।
অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:04, 15 আগষ্ট 2012 (UTC)

প্ৰতিলিপি[সম্পাদনা কৰক]

বাৰ্তা:টকা (বাদ্য), অনুগ্ৰহ কৰি এই পৃষ্ঠাখন চাই আপোনাৰ মত জনাওকচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:57, 4 ছেপ্টেম্বৰ 2012 (UTC)

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Abhi kal,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.