সদস্য বাৰ্তা:Ananya Taye
বিষয় যোগ কৰক|
|
নমস্কাৰ, Ananya Taye
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
হাবুং
[সম্পাদনা কৰক]প্ৰথমতে অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। কিন্তু শেহতীয়াকৈ আপুনি হাবুং পৃষ্ঠাত কৰা সাল-সলনিসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি হোৱা নাই। অনুগ্ৰহ কৰি আপোনাৰ উপযুক্ত উৎস উল্লেখ কৰি বিষয়টোৰ ওপৰৰ আলোচনা চলি থকালৈকে পৃষ্ঠাখনত সাল-সলনি নকৰিব। ধন্যবাদ- অজয় কথা-বতৰা 14:03, 23 March 2021 (ইউ.টি.চি.)
- অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ বাবে ধন্যবাদ। কিন্তু এবাৰ অৱগত কৰাৰ পিছতো আপুনি কোনো আলোচনা নকৰাকৈ পৃষ্ঠাৰ সমল বিলোপ কৰিছে। অনুগ্ৰহ কৰি আপোনাৰ উপযুক্ত উৎস উল্লেখ কৰি বিষয়টোৰ ওপৰৰ আলোচনা চলি থকালৈকে পৃষ্ঠাখনত সাল-সলনি নকৰিবলৈ আকৌ অনুৰোধ জনালোঁ। ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 17:14, 29 মে' 2021 (ইউ.টি.চি.)
@দিব্য দত্ত:, @Chiring chandan:, @অজয় দাস: I have removed material without any proper citation from the Habung article. Please don't try to violate Wikipedia policy by adding unsourced and unverifiable data. If you have any proper verifiable source, you are most welcome to add it in the article.
- এই পৃষ্ঠাটো বহুবাৰ ৰিভাৰ্ট কৰা হৈছে, সাধাৰণতে এদিনত তিনিবাৰ ৰিভাৰ্ট কৰা সদস্যৰ ওপৰত বিহিত ব্যৱস্থা লব লাগে, কিন্তু বৰ্তমান লোৱা নাই। ইয়াৰোপৰি হাবুঙৰ সম্পৰ্কে যথেষ্ট তথ্য নেটত উপলব্ধ নহয় যদিও প্ৰবন্ধৰ ইতিহাস চালে গম পোৱা যায় যে সেই প্ৰবন্ধটো বহুকেইজন সম্পাদকে লিখি লিখি আজিৰ অৱস্থা পাইছেহি। কিন্তু হঠাতে কোনোবাই আহি তাৰে এখিনি কাটি দিয়া কাৰ্যটো ৱিকিৰ নিয়মৰ ভিতৰত নপৰে। সেইবাবে প্ৰবন্ধটো সুৰক্ষিত কৰা হ’ল। যদি প্ৰবন্ধটোৰ পৰা কিবা আঁতৰাব বিচাৰে নাইবা যোগ দিব বিচাৰে, তেন্তে এই আলোচনা পৃষ্ঠাত আলোচনাৰ যোগেদি সেয়া কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 13:47, 6 June 2021 (ইউ.টি.চি.)
@দিব্য দত্ত: আপুনি Wikipediaৰ নীতি-নিয়ম উলঙ্ঘন কিয় কৰিছে?? Unverifiable আৰু unsourced materialৰ Wikipediaত স্থান নাই। মই উৎস নাইকীয়া তথ্য আতৰাইছিলো। একো নজনাকৈ কিয় revert কৰিছে?? Chiring chandan নামৰ ব্যক্তি জনে হে বাৰোবাৰ revert কৰিছে ইয়াত। ভূল তথ্য দি অপপ্ৰচাৰ বিয়পোৱাত সহায় নকৰিব।Ananya Taye (বাৰ্তা)
@দিব্য দত্ত: "হাবুং নামৰ উৎপত্তি" অংশটোৰ "টাই মূলীয় তথ্য" দখৰ অপপ্ৰচাৰৰ বাহিৰে একো নহয়। এই তথ্য বোৰ কোনো বুৰঞ্জীবিদে দিয়া তথ্য নহয়। যিবোৰ Source বুলি দিছে, সেইবোৰ Verify কৰিব পৰা আৰু Reliable তথ্য নহয়। এইবোৰ সকলো Wikipediaৰ policy ৰ বিৰুদ্ধে গৈছে। গতিকে সেই অংশ আতৰাই দিয়ক।Ananya Taye (বাৰ্তা)
@দিব্য দত্ত: Wikipediaৰ পৰা কিবা তথ্য আতৰাব নোৱাৰে বুলি কোনো নিয়ম নাই। ভোৱা উৎস বিহীন তথ্য দিয়াটোহে নিয়মৰ বিৰুদ্ধে যোৱা বুজায়। আপুনি ভালদৰে Wikipedia policy বোৰ পঢ়ি চাব। প্ৰমাণ কৰিব নোৱাৰা তথ্যৰ Wikipediaত কোনো স্থান নাই।
- @Ananya Taye: তথ্য উৎস নথকা আৰু সত্যাপন কৰিব নোৱাৰা বিষয়বোৰ আপুনি ইয়াতে লিখি ৰাখকচোন। যিহেতু প্ৰবন্ধ এটা বাবে বাৰে ৰিভাৰ্ট কৰি থাকিলে সদস্যৰ মাজত সম্পাদনা দন্দ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, সেয়ে কিছু দিনলৈ প্ৰবন্ধটো সুৰক্ষিত কৰা হৈছে। আশাকৰোঁ আপুনিও বিষয়টো আলোচনাৰ মাজেৰে সমাধা হোৱাটো বিচাৰিব। দিব্য দত্ত (বাৰ্তা)
মই যি বোৰ তথ্য আঁতৰাইছো সকলোৰে উৎস নাই বা সত্যপন কৰিব নোৱাৰি। তথাপিও তালিকা এখন বনাই দিছোঁ।
১. "হাবুং নামৰ উৎপত্তি" Sectionৰ "টাই মূলীয় তথ্য" subsection:
এই অংশত দুটা উৎস দিয়া হৈছে, ১) Hazarika, Nagen (2014). Chao Habung (First সম্পাদনা)২) সঞ্জীৱ; গগৈ, ৰুনচেং (২০১৭). চাই ফা হীৰক। কিন্তু ইয়াৰ এটাও সত্যপন কৰিব পৰা নহয়। তদুপৰি এই সকল লেখক কোনো ইতিহাসবিদ নহয় বা এই গ্ৰন্থ সমূহ গৱেষণা মূলক নহয়।
২. "হাবুঙৰ ইতিহাস" Sectionৰ "আহোম ৰাজ্যৰ তথ্য" subsection:
এই অংশটোত উল্লেখ কৰা তথ্য বোৰৰ উৎস সমূহৰ লগত মিল নাই। উৎস হিচাপে হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন, Edward Gaitৰ History of Assam আৰু পদ্মেশ্বৰ গগৈৰ The Tai and the Tai kingdoms দিয়া হৈছে। কিন্তু এইবোৰ গ্ৰন্থৰ এখনতো চুকাফাই হাবুঙত "পঞ্চম ৰাজধানী" পাতিছিল বুলি উল্লেখ নাই। এইবোৰ সকলো গ্ৰন্থৰ মতে চুকাফাই হাবুঙলৈ আহি ৪ বছৰ খেতি কৰি চৰাইদেউত হে প্ৰথম ৰাজধানী স্থাপন কৰিছিল বুলি আছে। এই একেই তথ্য "চুতীয়া ৰাজ্যৰ তথ্য" অংশটোত উল্লেখ আছে। আপুনি নিজেও পঢ়ি চাব পাৰে। নেটত উপলব্ধ আছে।
ইয়াৰ বাহিৰেও হাবুং চুকাফাই গঢ়া বা চুকাফাৰ পঞ্চম ৰাজধানী বুলি দাবী কৰা সকলো বাক্য পাৰিলে আতৰাই দিব। এইবোৰৰ একো ঐতিহাসিক ভিত্তি নাই। বুৰঞ্জীবিদ সকলে কয় থোৱা আছে যে হাবুং কামৰূপ ৰাজ্যৰ দিনৰ পৌৰাণিক প্ৰদেশ হয়, যত ব্ৰাহ্মণ সকলৰ বসতি আছিল। Ananya Taye (বাৰ্তা) 14:32, 6 June 2021 (ইউ.টি.চি.)
- ধন্যবাদ! আপোনাৰ কথাখিনি আমি আলোচনা কৰি প্ৰবন্ধটো উন্নীত কৰিবলৈ চেষ্টা কৰিম। দিব্য দত্ত (বাৰ্তা) 14:33, 6 June 2021 (ইউ.টি.চি.)
- @Ananya Taye: প্ৰবন্ধটোৰ বহুলাংশ কাটি দিয়াৰ সলনি এইখিনি কথাকে প্ৰবন্ধটোৰ বাৰ্তা পৃষ্ঠাত আৰম্ভণিতেই যোগ দিয়া হ'লে আলোচনা কৰিবলৈ সুবিধা হ'লহেঁতেন। তাৰোপৰি প্ৰবন্ধটোত বিতৰ্কিত বিষয়বস্তু বা তথ্যৰ টেগো লগাই ৰখাৰ লগতে বহুকেইজন সদস্যয়ো আপোনাক এই বিষয়ে বিভিন্ন সময়ত বাৰ্তা দিছিল। ৱিকিপিডিয়ান এগৰাকীয়ে কেৱল নিজৰ দৃষ্টকোণেৰে এনে বিষয়সমূহ নাচাই অন্যান্য ৱিকিপিডিয়ানসকলৰ বাৰ্তা আৰু মতামতকো সন্মান জনোৱা উচিত বুলি ভাবোঁ। আপোনাৰ যদি এই বিষয়ত জ্ঞান আছে তেন্তে প্ৰবন্ধৰ সুৰক্ষা বাতিল কৰিলে কোন অংশত উদ্ধৃতিৰ প্ৰয়োজন বা অধিক তথ্য উৎসৰ প্ৰয়োজন সেয়া যোগ দিব। ওপৰৰ আলোচনাত বাৰে বাৰে পূৰ্বৱত কৰা বুলি কৰা অভিযোগৰ উত্তৰত কওঁ যে আপোনাৰ যিসমূহ সম্পাদনাই পৃষ্ঠাটোৰ গুৰুত্বপূৰ্ণ আৰু দ্বৈত মতবাদযুক্ত, আলোচনাৰ থল থকা কিছু অংশ আঁতৰাইছে তেনে সম্পাদনাসমূহ পূৰ্বৱত কৰা হৈছে। আগলৈ সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:10, 6 June 2021 (ইউ.টি.চি.)
@Chiring chandan: মই বাৰে প্ৰতি edit কৰোতে reasonত কথাষাৰ লিখি আহিছোঁ। একো নপঢ়ি সকলো revert কৰিব গ'লে ক'ত দেখা পাব?? ইয়াত কাৰো দৃষ্টিকোণেৰ কথা নাহে। চিধা কথা, যি তথ্যৰ reference নাই, বা সত্যপন কৰিব পৰা নাযায় বা reference আলী তথ্যৰ মিল নাথাকে, সেইবোৰ তথ্যৰ Wikipediaত কোনো স্থান নাই। Wikipedia কাকো ভোৱা অপপ্ৰচাৰ কৰিবলৈ গঠন কৰি দিয়া নাই। English Wikipediaতো একেই জন লোকে এইবোৰ বোলা অপপ্ৰচাৰ কৰিব খুজিছিল, কিন্তু admin সকলে কেতিয়াবা এনে লোকৰ edit revert কৰি block কৰি থৈছে।Ananya Taye (বাৰ্তা) 02:25, 7 June 2021 (ইউ.টি.চি.)
- @Ananya Taye: আপোনাৰ ভাব-ভাষা সংযত কৰিবলৈ অনুৰোধ জনালোঁ। এইখন ৰাজহুৱা মজিয়া। সম্পাদনা সাৰাংশত কাৰণ লিখিলেই যথেষ্ট নহয়। এনে কথা সকলোৰে আগত উপস্থাপন কৰিবলৈকে আলোচনা পৃষ্ঠাসমূহ আছে। আশাকৰোঁ এতিয়াৰপৰা পূৰ্বৱত নকৰে যেন। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 03:17, 7 June 2021 (ইউ.টি.চি.)
@দিব্য দত্ত: কাৰ লগত আলোচনা কৰিব?? এই বিষয়ত জনা মানুহ লাগিব প্ৰথম কথা। মই কোৱা কথা বোৰ ভাবি চাওক নিজে। এইখিনি উৎস ভূলকৈ ব্যৱহাৰ কৰা হৈছে আৰু আন এখিনি সত্যপন কৰিব নোৱাৰা unverifiable উৎস দিয়া হৈছে। বুৰঞ্জীৰ তথ্যৰ বাহিৰে একো তথ্য গ্ৰহণযোগ্য নহয়।Ananya Taye (বাৰ্তা)
@Ananya Taye: "কাৰ লগত আলোচনা কৰিব" আপুনি কোৱা এই কথাষাৰৰ মৰ্ম কেনেধৰণৰ! বৰ আচৰিত! আপুনি ভাৱে নেকি যে এই কথা আলোচনা কৰিব পৰা যোগ্য ব্যক্তি নায়েই! --Nayan j Nath (বাৰ্তা)
@Nayan j Nath: মোৰ দৃষ্টিত পৰা নাই এনে লোক। থকা হ'লে সকলো কথা বুজি পাই অদৰকাৰী ভোৱা প্ৰমাণ হীন তথ্য বোৰ কেতিয়াবাই আতৰালে হয়। Ananya Taye (বাৰ্তা) 02:17, 7 June 2021 (ইউ.টি.চি.)
- @Ananya Taye: অনুগ্ৰহ কৰি ৰিভাৰ্ট নকৰিব, মেনুৱেলি সম্পাদনা কৰক। কিছুমান নতুন তথ্য সংযোগ কৰা হৈছে। দিব্য দত্ত (বাৰ্তা) 02:31, 7 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.
বিহু
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি বিহু পৃষ্ঠাত যোগ কৰিবলগীয়া তথ্য খিনি আগৰ তথ্য আঁতৰাই নিদি বেলেগ এটা অনুচ্ছেদত লিখিবলৈ অনুৰোধ জনালোঁ। আগৰ প্ৰবন্ধটো ইতিমধ্যে বহু সম্পাদকে কষ্ট কৰি বৰ্তমান ৰূপত আনিছে। সেয়ে আপুনি আগৰ তথ্য ৰাখি নিজৰ খিনিও যোগ কৰিলে ভাল। শুভেচ্ছাৰে- অজয় কথা-বতৰা 17:18, 4 মে' 2022 (ইউ.টি.চি.)
মাধৱদেৱ
[সম্পাদনা কৰক]সন্মানীয় সম্পাদক, যথাযোগ্য উৎসসূত্ৰ যোগ দি আপুনি আনে কৰা সম্পাদনা বাতিল কৰিলে ভাল। আশাকৰোঁ মন দিব।Pranamikaadhikary (বাৰ্তা) 12:11, 18 February 2026 (ইউ.টি.চি.)
নিজৰ গৱেষণা আৰু প্ৰিয় বিষয়বস্তু সংযোজন
[সম্পাদনা কৰক]ৱিকিপিডিয়াত আপোনাৰ নিজৰ সিদ্ধান্ত দিয়া (WP :SYNTH) পৰা বিৰত থাকক আৰু লগতে এটা উৎসৰ আপোনাৰ প্ৰিয় বিষয়বস্তু বাছি বাকীবোৰ আতৰাই দিয়াটো বন্ধ কৰক (WP:CHERRYPICK)। KHI-LAN-TZI 12:00, 24 March 2026 (ইউ.টি.চি.)
- ইয়াত প্ৰিয় অপ্ৰিয় কথা নাহে। ঘূগুহা দৌলৰ ইতিহাস অসম চৰকাৰৰ পুৰাতাত্বিক বিভাগে প্ৰকাশ কৰা আছে, যিতো প্ৰধান গ্ৰহণযোগ্য উৎস হয়। সেই মতটো নাকচ কৰি আঁতৰাই প্ৰমাণ বিহীন মত এটা প্ৰধান মত হিচাপে সংযোগ কৰাটো অপপ্ৰচাৰৰ বাহিৰে আন একো নহয়। চুদাংফাৰ বিষয়ে দিয়া মতটোৰ বুৰঞ্জীমূলক উৎস নাই। আছে যদি Ahom Council নামৰ সংগঠনে প্ৰকাশ কৰা উৎস আছে, যিটো আতৰোৱা হোৱা নাই। মাথো প্ৰধান মত বুলি ধৰা হোৱা নাই। অনুগ্ৰহ কৰি তথ্য সমূহ বাৰে বাৰে undo কৰা আগতে ধৰ্য্য কৰি মগজুৰ লগাই পঢ়ি চাওক। Ananya Taye (বাৰ্তা) 08:57, 30 March 2026 (ইউ.টি.চি.)
- @KhiLanTzi: অনুগ্ৰহ কৰি WP:CHERRYPICK আৰু WP:SYNTH ৰ প্ৰকৃত অৰ্থ পঢ়ি চাব। CHERRYPICK ব্যৱহাৰ কৰা হয় যেতিয়া কোনো editor এজনে অগ্ৰহণযোগ্য মত এটা ৰাখি অন্য গ্ৰহণযোগ্য মত আঁতৰাই দিয়ে, যিতো আপুনি ঘূগুহা দৌলৰ লেখনীত কৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ পুৰাতাত্বিক বিভাগৰ উৎস আতৰাই আহোম সংগঠনৰ প্ৰমাণ বিহিন অগ্ৰহণযোগ্য মতটোকে প্ৰমুখ মত হিচাপে প্ৰকাশ কৰাটোৱে WP:RS আৰু WP:NPOV দুয়োটাকা উলঙ্ঘন কৰা হৈছে। WP:NPOVৰ অনুসৰি মই চুদাংফাৰ বিষয়ে থকা মতটো লেখনীৰ পৰা আতৰাই দিয়া নাই। কিন্তু উক্ত মতাটোৰ প্ৰমাণ নথকাৰ বাবে অসম চৰকাৰৰ পুৰাতাত্বিক বিভাগৰ মতটো প্ৰধান্য দিয়া হৈছে। Ananya Taye (বাৰ্তা) 09:06, 30 March 2026 (ইউ.টি.চি.)
- @KhiLanTzi: দ্বিতীয়তে "হাবুং" লেখনীটোত ৱিকিপিডিয়াৰ policy অনুসৰি edit কৰা হৈছে। লেখনীত "হাবুং"ৰ টাই-আহোম ভাষাৰ বানানটো other name বা alternate name ত ভৰাব নোৱাৰি কাৰণ other name বা alternate name হ'বলৈ হ'লে নামটো মুখ্য নামটোতকৈ পৃথক হ'ব লাগিব। ইয়াত মোৰ ব্যক্তিগত মতামতৰ কথা নাহে। Other name বা alternate nameৰ definition পঢ়ি চাব। ডিব্ৰুগড়ৰ লেখনীটোত টাই-আহোম ভাষাৰ "টিফাও" শব্দ সংযোগ কৰিব পৰা যায় কাৰণ দুয়োটা পৃথক শব্দ। কিন্তু অসমীয়া হাবুং শব্দ আৰু টাই-আহোমৰ হাবুং একেটাই শব্দ হয়, গতিকে Alternate name বা Other nameত সংযোগ কৰিব নোৱাৰি। তাকেই নুবুজি ভোৱাকৈ ব্অযক্তিগত মত প্ৰকাশ কৰা অভিযোগ লগাই টাই ভাষাৰ বানান যতে ততে লগাবলৈ যোৱাটো গ্ৰহণযোগ্য নহ'ব। লেখনীৰ প্ৰথম শাৰীতে হাবুঙৰ আহোম বানান লগোৱা হৈছে। তেনেকৈ সকলোতে টাই-আহোম ভাষা লগাবলৈ গ'লে অসমৰ বিভিন্ন ঠাইৰ ৱিকিপিডিয়া পৃষ্টাত টাই-আহোম ভাষাৰ বানান লগাব লাগিব, কাৰণ অসমৰ বিভিন্ন ঠাইৰ নাম টাই ভাষাৰ বুৰঞ্জীত as it is দিয়া হৈছে। উদাহৰণ: Hajo, Doboka, Narayanpur, Pichala, Buroi, Panbari, Kuhiabari, Rangagora, ইত্যাদি। তদুপৰি অকল টাই-আহোম বানানে কিয়, পাৰিলে বাংলা বা হিন্দী বানানো যোগ কৰিব লাগে। Ananya Taye (বাৰ্তা) 09:27, 30 March 2026 (ইউ.টি.চি.)
- প্ৰথমে টাই আহোম উন্নয়ন পৰিষদৰ বিষয়ে কিবা মন্তব্য কৰাৰ আগতে আপুনি জনা উচিত যে ইও ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ দৰে এটা চৰকাৰী সংস্থা কোনো ব্যক্তিগত সংগঠন নহয়। টাই আহোম উন্নয়ন পৰিষদ অসম চৰকাৰৰ সমতল জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অন্তৰ্গত এটা চৰকাৰী সংস্থা। যদি আপোনাক অন্য উৎসৰ প্ৰয়োজন হয় তেন্তে তলত তালিকা দিয়া হৈছে কিন্তু আপোনাৰ ব্যক্তিগত পছন্দৰ বাবে আনৰ সম্পাদনা ঘূৰাই দিয়া বন্ধ কৰক। আপোনাৰ কিছু অসভ্য আচৰণৰ বাবে প্ৰশাসনক ৰিপৰ্ট কৰা হ'ব। আমি এটা এটাকৈ সকলো কথা পাতিম। প্ৰথমে ঘুগুহা দৌলৰ সমাধান কৰোঁ আহক। ঘুগুহী কুঁৱৰী অন্য উৎসৰ তালিকা:-
- "District Disaster Management Plan Dhemaji". Government of Assam. https://asdma.assam.gov.in/sites/default/files/swf_utility_folder/departments/asdma_revenue_uneecopscloud_com_oid_70/menu/document/dhemaji_2025_26.pdf। আহৰণ কৰা হৈছে: 30 March 2026. "“It is believed that the shrine was constructed in memory of Ghuguhi, mother of Bamuni Konwar.”"
- "Ghuguha Dol". India Unveiled. https://www.indiaunveiled.in/destination/ghuguha-dol। আহৰণ কৰা হৈছে: 30 March 2026. "“The shrine was constructed in memory of Ghuguhi, the mother of Bamuni Konwar.”"
- "Ghuguhi Doul". Pragyanxetu. https://pragyanxetu.com/ghuguhi-doul/। আহৰণ কৰা হৈছে: 30 March 2026. "“The Dol was built in the memory of Bamuni Konwar’s mother Ghuguhi.”"
- "Dhemaji District". Assams.info. https://www.assams.info/places/dhemaji-district। আহৰণ কৰা হৈছে: 30 March 2026. "“Ghuguha Dol was constructed in memory of Ghuguhi, mother of Bamuni Konwar.”" KHI-LAN-TZI 11:41, 30 March 2026 (ইউ.টি.চি.)
- Councilৰ কাম হৈছে জনগোষ্ঠী তোৰ উন্নয়নৰ কাম কৰা। ইতিহাস বিকৃত কৰি ঐতিহাসিক বা বুৰঞ্জীমূলক প্ৰমাণ বিহীন অপপ্ৰচাৰ কৰিবলৈ চৰকাৰে কোনো সংগঠনক অধিকাৰ দিয়া নাই। ইতিহাস অধ্যয়ন আৰু প্ৰকাশিত কৰা দায়িত্ব চৰকাৰে পুৰাতাত্ত্বিক বিভাগক দি থৈছে। তদুপৰি পুৰাতত্ত্ব বিভাগৰ official websiteৰ বাহিৰে কোনো অন্যান্য website বা blogৰ Link গ্ৰহণ যোগ্য নহয়। আপুনি দেখোৱা India unveiled, Pragyanxetu, Assam.info, ইত্যাদি website WP:RSত নপৰে। যি এখন Govt pdf দেখোৱাইছে সেইখন Disaster management বিষয়ৰ হয়, বুৰঞ্জীমূলক উৎস নহয় আৰু "it is believed that" বুলিহে উল্লেখ কৰিছে যাৰ অৰ্থ হৈছে মানুহে "বিশ্বাস কৰে"। Ananya Taye (বাৰ্তা) 06:49, 12 April 2026 (ইউ.টি.চি.)
- @Ananya Taye ইতিহাস বিকৃত পৰিষদে কৰা নাই পৰিষদক আপোনাৰ স্বীকৃতি নালাগে। কেৰু ক্ষেত্ৰত স্পষ্টকৈ GC Boruah ৰ অভিধানত 𑜀𑜢𑜐𑜫 টো কেৰু বুলি লিখা আছে ১২ নং পৃষ্ঠাত ভালদৰে পঢ়ি লব। টাই আহোম ভাষাত আমি কানফুলিক কেৰু বুলিয়ে কওঁ। যদি বিশ্বাস নহয় টাই ভাষাত লিখা বুৰঞ্জী বোৰ পঢ়ি চাব কি লিখা আছে কানফুলি বুজাবলৈ। আহোম বুৰঞ্জী আহোম ভাষাত লিখিত আছে নিজা কেলেণ্ডাৰ, লিপি, ধৰ্মীয় পুথি সকলো আছে। যদি আপুনি নিজৰ জনগোষ্ঠীৰ উন্নতি কৰিব বিচাৰিছে থুৰীয়া ওপৰত গৱেষণা কৰক কিন্তু 𑜀𑜢𑜐𑜫 শব্দটোক কেৰুৰ পৰা আতৰাই দিলেই বুৰঞ্জী সলনি হৈ নাযায়। আগটো ফুকনলুং লাচিতক চুতীয়া জনগোষ্ঠীৰ বুলি দুজনমানে লিখি দিছিলহি পিছে টাই ভাষাত সম্পূৰ্ণ বংশাৱলি আছে। গতিকে নিজৰ ভাষাটো পুনৰ উদ্ধাৰ কৰক নিজৰ সংস্কৃতি ওপৰত গুৰুত্ব দিয়ক। পয় চাংকেনৰ শুভেচ্ছা থাকিল। KHI-LAN-TZI 04:04, 15 April 2026 (ইউ.টি.চি.)
- পৰিষদৰ প্ৰকৃত ইতিহাস প্ৰকাশিত কৰিব বিচৰা হ'লে পুৰাতত্ত্ব বিভাগৰ মত আগত ৰাখিলে হয়, অপপ্ৰচাৰ বোৰ নকৰিলে হয়।
- 𑜀𑜢𑜐𑜫 শব্দ ৰাখিব পাৰে। "কেৰু" শব্দৰ কাৰণে সুকীয়া প্ৰমাণ লাগিব। বুৰঞ্জীৰ কথাটো কোনেও নুই কৰা নাই, কিন্তু বুৰঞ্জীত "কেঞ" শব্দ হে প্ৰয়োগ কৰিছে, "কেৰু" নাই। তদুপৰি এই বিধ কাণফুলি ভাৰতীয় মূলৰ হয়। অসমৰ বাহিৰৰ টাই জনগোষ্ঠী বোৰে লোৱা দেখা পোৱা নাযায়।𑜀𑜢𑜐𑜫 শব্দটো কাণফুলি বুজোৱা generic term হয়, যিটো পাছলৈ ফুলকৰি বা বালী লেখীয়া থলুৱা ভাৱে বিকশিত কৰা কাণফুলিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। টাই জনগোষ্ঠী সমূহৰ এক সুকীয়া rich সংস্কৃতি আছে। পাৰিলে সেইবোৰ আহৰণ কৰিব চাওক। থলুৱা সংস্কৃতি বোৰ দাবী কৰি লাভ নাই। কেৰু বা থুৰীয়া আদি কানফুলি এই অঞ্চলতে বিকশিত হোৱা সম্পদ। কোনেও বাহিৰৰ পৰা অনা প্ৰমাণ পোৱা নাযায়।
- লাচিতৰ কথা ইয়াত আনি লাভ নাই। সেইবোৰ Whataboutism আৰু Redherringৰ শাৰিত পৰিব। Ananya Taye (বাৰ্তা) 04:26, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Tayeকেৰু" শব্দৰ কাৰণে সুকীয়া প্ৰমাণ দিয়া আছে GC Boruah বুৰঞ্জীৰ পৃষ্ঠা ৩৪০ ত চাওক 𑜀𑜢𑜐𑜫 ক keru ইংৰাজী অনুবাদত আছে। GC Boruah ৰ অভিধানত ১২ নং পৃষ্ঠাত চাওক 𑜀𑜢𑜐𑜫ক অসমীয়াত কেৰু বুলি লিখা আছে। কেৰুক ফুলকৰি বুলি কিবা উৎস আছে যদি দিয়ক প্ৰথমে। মই মোৰ উৎস প্ৰমাণ দিলোঁ যে কেৰু এই 𑜀𑜢𑜐𑜫 হয়। আৰু ৰাজস্থানৰ কনফুলি কেৰু বুলি উৎস লাগিব এনেই ফটো বোৰ লগাই থাকিলে নহব । KHI-LAN-TZI 04:40, 15 April 2026 (ইউ.টি.চি.)
- কথাবোৰ বুজি ল'ব অলপ। অসমীয়া আৰু আহোম দুয়োটা পৃথক ভাষা। 𑜀𑜢𑜐𑜫 শব্দটো টাই আৰু তাৰ অনুবাদ অসমীয়াত কেৰু বুলি দিছে। "কেৰু" বুলি টাই লিপিৰ আহোম শব্দ বুৰঞ্জী বা অভিধান ক'তো উল্লেখ নাই। "কেৰু" শব্দটো টাই শব্দ বুলি দেখোৱাবলৈ সুকীয়া প্ৰমাণ লাগিব। যিহেতু 𑜀𑜢𑜐𑜫 শব্দ টোৱে কেৰু বুজায়, সেইবাবে মই 𑜀𑜢𑜐𑜫 শব্দটো আঁতৰোৱা নাই। কেৰুৰ কাষতে (টাই-আহোম: 𑜀𑜢𑜐𑜫) বুলি দিয়া হৈছে। Ananya Taye (বাৰ্তা) 04:55, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Tayeকেৰু" শব্দৰ কাৰণে সুকীয়া প্ৰমাণ দিয়া আছে GC Boruah বুৰঞ্জীৰ পৃষ্ঠা ৩৪০ ত চাওক 𑜀𑜢𑜐𑜫 ক keru ইংৰাজী অনুবাদত আছে। GC Boruah ৰ অভিধানত ১২ নং পৃষ্ঠাত চাওক 𑜀𑜢𑜐𑜫ক অসমীয়াত কেৰু বুলি লিখা আছে। কেৰুক ফুলকৰি বুলি কিবা উৎস আছে যদি দিয়ক প্ৰথমে। মই মোৰ উৎস প্ৰমাণ দিলোঁ যে কেৰু এই 𑜀𑜢𑜐𑜫 হয়। আৰু ৰাজস্থানৰ কনফুলি কেৰু বুলি উৎস লাগিব এনেই ফটো বোৰ লগাই থাকিলে নহব । KHI-LAN-TZI 04:40, 15 April 2026 (ইউ.টি.চি.)
- আৰু লগতে থুৰীয়া কানফুলিৰ কথা যে ক'লে। কালি পৰহি লৈকে দেখোন আপোনালোকৰ মানুহে facebook আৰু instagram সকলোতে থুৰীয়া টোকে কেৰু বুলি প্ৰচাৰ কৰি ফুৰিছিল। সেইবোৰ অপপ্ৰচাৰ কেতিয়া বন্ধ হ'ব? Ananya Taye (বাৰ্তা) 04:38, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Taye ফেচবুক ইনষ্টাগ্ৰমত কোনে কি লিখিছে মই কেনেকৈ জানিম? এইয়া ৱিকিপিডিয়া হয় encyclopaedia আৰু social media দুইটা বেলেগ বস্তু। আপুনি কেৰুক ফুলকৰি বুলি কিবা উৎস আছে যদি দিয়ক। আৰু ৰাজস্থানৰ ফটো কপিৰ উৎস দিয়ক। KHI-LAN-TZI 04:43, 15 April 2026 (ইউ.টি.চি.)
- wikipediaত similar বুলি দেখোৱাবলৈ একো উৎস প্ৰয়োজন নহয়। বাকী পেজ বোৰ চাব পাৰে। মই ফুলকৰি টোৱে কেৰু হয় বুলি লিখা নাই, মাথো কেৰুৰ লেখীয়া একেই ধৰণৰ কাণফুলি বুলি হে দিছোঁ। Ananya Taye (বাৰ্তা) 04:56, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Taye ৱিকিপিডিয়াত সকলো তথ্য নিৰ্ভৰযোগ্য উৎসৰ দ্বাৰা প্ৰমাণিত হোৱাটো প্ৰয়োজনীয়। কিবা এটা একে হ'লেও উৎস অবিহনে যোগ কৰিলে নিজা গৱেষণা হিচাপে গণ্য কৰা হয় আৰু নীতি অনুসৰি আঁতৰাব লাগিব। যদি একে একে আপোনাৰ অনুভব হৈছে ফুলকৰি বেলেগ পৃষ্ঠা বনাই লগতে চাওক অংশত লগাই দিব। মূল পৃষ্ঠাত দিবলৈ উৎস লাগিবই। KHI-LAN-TZI 05:04, 15 April 2026 (ইউ.টি.চি.)
- wikipediaত similar বুলি দেখোৱাবলৈ একো উৎস প্ৰয়োজন নহয়। বাকী পেজ বোৰ চাব পাৰে। মই ফুলকৰি টোৱে কেৰু হয় বুলি লিখা নাই, মাথো কেৰুৰ লেখীয়া একেই ধৰণৰ কাণফুলি বুলি হে দিছোঁ। Ananya Taye (বাৰ্তা) 04:56, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Taye ফেচবুক ইনষ্টাগ্ৰমত কোনে কি লিখিছে মই কেনেকৈ জানিম? এইয়া ৱিকিপিডিয়া হয় encyclopaedia আৰু social media দুইটা বেলেগ বস্তু। আপুনি কেৰুক ফুলকৰি বুলি কিবা উৎস আছে যদি দিয়ক। আৰু ৰাজস্থানৰ ফটো কপিৰ উৎস দিয়ক। KHI-LAN-TZI 04:43, 15 April 2026 (ইউ.টি.চি.)
- @Ananya Taye ইতিহাস বিকৃত পৰিষদে কৰা নাই পৰিষদক আপোনাৰ স্বীকৃতি নালাগে। কেৰু ক্ষেত্ৰত স্পষ্টকৈ GC Boruah ৰ অভিধানত 𑜀𑜢𑜐𑜫 টো কেৰু বুলি লিখা আছে ১২ নং পৃষ্ঠাত ভালদৰে পঢ়ি লব। টাই আহোম ভাষাত আমি কানফুলিক কেৰু বুলিয়ে কওঁ। যদি বিশ্বাস নহয় টাই ভাষাত লিখা বুৰঞ্জী বোৰ পঢ়ি চাব কি লিখা আছে কানফুলি বুজাবলৈ। আহোম বুৰঞ্জী আহোম ভাষাত লিখিত আছে নিজা কেলেণ্ডাৰ, লিপি, ধৰ্মীয় পুথি সকলো আছে। যদি আপুনি নিজৰ জনগোষ্ঠীৰ উন্নতি কৰিব বিচাৰিছে থুৰীয়া ওপৰত গৱেষণা কৰক কিন্তু 𑜀𑜢𑜐𑜫 শব্দটোক কেৰুৰ পৰা আতৰাই দিলেই বুৰঞ্জী সলনি হৈ নাযায়। আগটো ফুকনলুং লাচিতক চুতীয়া জনগোষ্ঠীৰ বুলি দুজনমানে লিখি দিছিলহি পিছে টাই ভাষাত সম্পূৰ্ণ বংশাৱলি আছে। গতিকে নিজৰ ভাষাটো পুনৰ উদ্ধাৰ কৰক নিজৰ সংস্কৃতি ওপৰত গুৰুত্ব দিয়ক। পয় চাংকেনৰ শুভেচ্ছা থাকিল। KHI-LAN-TZI 04:04, 15 April 2026 (ইউ.টি.চি.)
- Councilৰ কাম হৈছে জনগোষ্ঠী তোৰ উন্নয়নৰ কাম কৰা। ইতিহাস বিকৃত কৰি ঐতিহাসিক বা বুৰঞ্জীমূলক প্ৰমাণ বিহীন অপপ্ৰচাৰ কৰিবলৈ চৰকাৰে কোনো সংগঠনক অধিকাৰ দিয়া নাই। ইতিহাস অধ্যয়ন আৰু প্ৰকাশিত কৰা দায়িত্ব চৰকাৰে পুৰাতাত্ত্বিক বিভাগক দি থৈছে। তদুপৰি পুৰাতত্ত্ব বিভাগৰ official websiteৰ বাহিৰে কোনো অন্যান্য website বা blogৰ Link গ্ৰহণ যোগ্য নহয়। আপুনি দেখোৱা India unveiled, Pragyanxetu, Assam.info, ইত্যাদি website WP:RSত নপৰে। যি এখন Govt pdf দেখোৱাইছে সেইখন Disaster management বিষয়ৰ হয়, বুৰঞ্জীমূলক উৎস নহয় আৰু "it is believed that" বুলিহে উল্লেখ কৰিছে যাৰ অৰ্থ হৈছে মানুহে "বিশ্বাস কৰে"। Ananya Taye (বাৰ্তা) 06:49, 12 April 2026 (ইউ.টি.চি.)
