সদস্য বাৰ্তা:Bintu Gogoi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গোলাঘাট জিলাৰ টেঙানীত ২০০০ চনৰ ৪ এপ্ৰিলত জন্ম। পিতৃ তৰুণ গগৈ আৰু মাতৃ ভোগেশ্বৰী গগৈ।পৰিয়ালৰ চতুৰ্থ তথা কনিষ্ঠতম সন্তান। Bintu1 (বাৰ্তা) 15:31, 23 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শিক্ষা জীৱন[সম্পাদনা কৰক]

বিলগাওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি তেখেতে ধোন্দাচাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৫ বৰ্ষত ৩ টা বিষয়ত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়।২০১৭ বৰ্ষত বৰপথাৰৰ বলোসিং একাডেমীৰ পৰা বিজ্ঞান শাখাত গনিত আৰু অসমীয়া বিষয়ত লেটাৰ নম্বৰৰে স্টাৰ নম্বৰসহ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা পৰিসংখ্যা বিষয়ক মেজৰ বিষয় হিচাপে লৈ ২০২০ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্হান দখল কৰি B.Sc ডিগ্ৰী লাভ কৰে। এজন সু-শিক্ষক হোৱাৰ সপোন আগত ৰাখি তেখেতে ২০২০ বৰ্ষত গোলাঘাট ‌‌‌‌‌‌‌‌‌‌শিক্ষক শিক্ষণ মহাবিদ্যালয়ত বি.এড প্ৰাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ২০২২ বৰ্ষত প্ৰথম শ্ৰেণীসহ উত্তীৰ্ণ হয়।বৰ্তমান তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত M.Sc পাঠ্যক্ৰমৰ এজন ছাত্ৰ।:Bintu1|Bintu1]] (বাৰ্তা) 15:45, 23 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]