সদস্য বাৰ্তা:Dilip Kr. Rabha

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

সদস্য পৃষ্ঠাৰ পৰা মূল পৃষ্ঠালৈ নিব লাগে৷[সম্পাদনা কৰক]

সদস্য পৃষ্ঠাৰ পৰা মূল পৃষ্ঠা লৈ নিব পৰা নাই৷ সহায় কৰক৷ Dilip Kr. Rabha (বাৰ্তা) 01:33, 2 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Dilip Kr. Rabha ধন্যবাদ আগ্ৰহৰ বাবে৷ আপোনাৰ প্ৰসন্ন পাম শীৰ্ষক প্ৰবন্ধটি মূল পৃষ্ঠালৈ নিয়া হৈছে ৷

ৱিকিপিডিয়াত নতুন প্ৰবন্ধ আৰম্ভ কৰিবলৈ অনুগ্ৰহ কৰি এইখিনি পঢ়িব: https://w.wiki/42z9

ঈশান জ্যোতি বৰা (বাৰ্তা) 09:53, 2 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ সদস্য পৃষ্ঠাত নতুন প্ৰৱন্ধ লিখা সম্পৰ্কে[সম্পাদনা কৰক]

মোৰ সদস্য পৃষ্ঠাত নতুনকৈ অন্য কিবা প্ৰৱন্ধ লিখিবলৈ ল’লে- w.wiki/42z9 ৰ মতে log in কৰি লিখিব লাগিব? Dilip Kr. Rabha (বাৰ্তা) 04:33, 9 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিত যিকোনো সম্পাদনা কৰাৰ আগেয়ে লগ ইন হৈ আছে নে নাই চাই ল’ব৷ যদি লগ ইন হৈ থকা নাই; কৰি ল’ব৷ 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:51, 9 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শিৰোনাম লক্ষীকান্ত ফেনান[সম্পাদনা কৰক]

শিৰোনাম লক্ষীকান্ত ফেনানৰ ওপৰত এই খিনিয়ে লিখিলোঁ৷ লিখনিটোক উন্নত কৰাৰ বাবে মোৰ সমৰ্থ নাই৷ সহায়ৰ আশা লৈ বাটচাই ৰ’লোঁ, লগতে হোৱা ভুলবোৰ শুধৰাই দিব৷ Dilip Kr. Rabha (বাৰ্তা) 01:57, 12 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ সদস্য পৃষ্ঠাৰ পৰা মূল পৃষ্ঠালৈ নিয়া৷[সম্পাদনা কৰক]

লক্ষীকান্ত ফেনান লেখনিটো ৱিকিপিডিয়াৰ মূল পৃষ্ঠালৈ নিয়াত সহায় কৰক৷ Dilip Kr. Rabha (বাৰ্তা) 08:08, 15 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]